የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
5 : 34

وَالَّذِیْنَ سَعَوْ فِیْۤ اٰیٰتِنَا مُعٰجِزِیْنَ اُولٰٓىِٕكَ لَهُمْ عَذَابٌ مِّنْ رِّجْزٍ اَلِیْمٌ ۟

আল্লাহে অৱতীৰ্ণ কৰা আয়াতসমূহক যিসকলে বাতিল হিচাপে প্ৰতীয়মান কৰাবলৈ প্ৰয়াস কৰে, সিহঁতে আমাৰ আয়াতসমূহক যাদু বুলি কয়। তথা আমাৰ ৰাছুলক যাদুকৰ আৰু কবি বুলি আখ্যায়িত কৰে। এনেকুৱা লোকসকলৰ বাবে কিয়ামতৰ দিনা আছে অতি নিকৃষ্ট তথা অতি কঠিন শাস্তি। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• سعة علم الله سبحانه المحيط بكل شيء.
আল্লাহৰ জ্ঞানৰ প্ৰশস্ততা, তেওঁৰ জ্ঞানে সকলো বস্তুকে পৰিবেষ্টন কৰি আছে। info

• فضل أهل العلم.
বিদ্যানসকলৰ মৰ্যাদা। info

• إنكار المشركين لبعث الأجساد تَنَكُّر لقدرة الله الذي خلقهم.
মুশ্বৰিকসকলৰ ফালৰ পৰা আখিৰাতৰ পুনৰ্জীৱনক অস্বীকাৰ কৰা বিষয়টোৱে দৰাচলতে আল্লাহৰ ক্ষমতাক অস্বীকাৰ কৰা বুজাইছে, অথচ তেৱেঁই সিহঁতক সৃষ্টি কৰিছে। info