የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
73 : 33

لِّیُعَذِّبَ اللّٰهُ الْمُنٰفِقِیْنَ وَالْمُنٰفِقٰتِ وَالْمُشْرِكِیْنَ وَالْمُشْرِكٰتِ وَیَتُوْبَ اللّٰهُ عَلَی الْمُؤْمِنِیْنَ وَالْمُؤْمِنٰتِ ؕ— وَكَانَ اللّٰهُ غَفُوْرًا رَّحِیْمًا ۟۠

মানুহে আল্লাহৰ সিদ্ধান্ত অনুসাৰে এই দায়িত্বভাৰ গ্ৰহণ কৰিছে। যাতে আল্লাহে মুনাফিক পুৰুষ আৰু মুনাফিকা নাৰীক তথা মুশ্বৰিক পুৰুষ আৰু মুশ্বৰিকা নাৰীক সিহঁতৰ নিফাক আৰু আল্লাহৰ লগত কৰা শ্বিৰ্কৰ বাবে শাস্তি বিহিব পাৰে। পক্ষান্তৰে সেইসকল মুমিন পুৰুষ আৰু মুমিনা নাৰীৰ তাওবা কবূল কৰিব পাৰে, যিসকলে দায়িত্বভাৰ সুচাৰুৰূপে পালন কৰিছে। নিশ্চয় আল্লাহ তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি অতি ক্ষমাশীল, তথা তেওঁলোকৰ প্ৰতি অতি দয়ালু। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• اختصاص الله بعلم الساعة.
কিয়ামতৰ সঠিক জ্ঞান একমাত্ৰ আল্লাহৰ ওচৰতহে আছে। info

• تحميل الأتباع كُبَرَاءَهُم مسؤوليةَ إضلالهم لا يعفيهم هم من المسؤولية.
অনুগামীসকলে নেতাসকলৰ ওপৰত বিভ্ৰান্ত কৰাৰ দোষ জাপি দিলেই সিহঁত দোষমুক্ত হৈ নপৰিব। info

• شدة التحريم لإيذاء الأنبياء بالقول أو الفعل.
নবীসকলক কথাৰ দ্বাৰাই হওক অথবা কৰ্মৰ দ্বাৰা, তেওঁলোকক কষ্ট দিয়াটো কঠোৰভাৱে নিষিদ্ধ। info

• عظم الأمانة التي تحمّلها الإنسان.
মানুহে গ্ৰহণ কৰা দায়িত্বটো অতি গুৰুত্বপূৰ্ণ দায়িত্ব। info