የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
70 : 33

یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوا اتَّقُوا اللّٰهَ وَقُوْلُوْا قَوْلًا سَدِیْدًا ۟ۙ

হে আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী আৰু তেওঁৰ চৰীয়ত মুতাবিক আমলকাৰীসকল! আল্লাহৰ আদেশ পালন কৰি আৰু তেওঁৰ নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি তেওঁৰ তাক্বৱা অৱলম্বন কৰা। তথা সদায় সত্য আৰু উত্তম কথা ক’বা। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• اختصاص الله بعلم الساعة.
কিয়ামতৰ সঠিক জ্ঞান একমাত্ৰ আল্লাহৰ ওচৰতহে আছে। info

• تحميل الأتباع كُبَرَاءَهُم مسؤوليةَ إضلالهم لا يعفيهم هم من المسؤولية.
অনুগামীসকলে নেতাসকলৰ ওপৰত বিভ্ৰান্ত কৰাৰ দোষ জাপি দিলেই সিহঁত দোষমুক্ত হৈ নপৰিব। info

• شدة التحريم لإيذاء الأنبياء بالقول أو الفعل.
নবীসকলক কথাৰ দ্বাৰাই হওক অথবা কৰ্মৰ দ্বাৰা, তেওঁলোকক কষ্ট দিয়াটো কঠোৰভাৱে নিষিদ্ধ। info

• عظم الأمانة التي تحمّلها الإنسان.
মানুহে গ্ৰহণ কৰা দায়িত্বটো অতি গুৰুত্বপূৰ্ণ দায়িত্ব। info