የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
59 : 33

یٰۤاَیُّهَا النَّبِیُّ قُلْ لِّاَزْوَاجِكَ وَبَنٰتِكَ وَنِسَآءِ الْمُؤْمِنِیْنَ یُدْنِیْنَ عَلَیْهِنَّ مِنْ جَلَابِیْبِهِنَّ ؕ— ذٰلِكَ اَدْنٰۤی اَنْ یُّعْرَفْنَ فَلَا یُؤْذَیْنَ ؕ— وَكَانَ اللّٰهُ غَفُوْرًا رَّحِیْمًا ۟

হে নবী! আপুনি আপোনাৰ স্ত্ৰীসকলক, আপোনাৰ জীয়েকহঁতক আৰু মুমিনা নাৰীসকলক কৈ দিয়কঃ তেওঁলোকে যেন নিজৰ ওপৰত চাদৰ এখন টানি লয়। যাতে পৰপুৰুষৰ সন্মুখত তেওঁলোকৰ শৰীৰৰ কোনো অংগ প্ৰকাশ নাপায়। ইয়াৰ ফলত এইটো চিনি পোৱা সহজ হৈ পৰিব যে, তেওঁলোক হৈছে স্বাধীন নাৰী। এতেকে তেওঁলোকক কোনেও অসুবিধা নিদিব, যিদৰে দাসীসকলক অসুবিধা দিয়ে। নিশ্চয় আল্লাহ তেওঁৰ তাওবাকাৰী বান্দাসকলৰ প্ৰতি ক্ষমাশীল আৰু তেওঁলোকৰ প্ৰতি অতি দয়ালু। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• علوّ منزلة النبي صلى الله عليه وسلم عند الله وملائكته.
আল্লাহ আৰু তেওঁৰ ফিৰিস্তাসকলৰ ওচৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আছে অতি উচ্চ মৰ্যাদা। info

• حرمة إيذاء المؤمنين دون سبب.
বিনা অপৰাধত মুমিনসকলক কষ্ট দিয়া হাৰাম। info

• النفاق سبب لنزول العذاب بصاحبه.
নিফাকে মুনাফিকৰ ওচৰলৈ শাস্তি কঢ়িয়াই আনে। info