የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
56 : 33

اِنَّ اللّٰهَ وَمَلٰٓىِٕكَتَهٗ یُصَلُّوْنَ عَلَی النَّبِیِّ ؕ— یٰۤاَیُّهَا الَّذِیْنَ اٰمَنُوْا صَلُّوْا عَلَیْهِ وَسَلِّمُوْا تَسْلِیْمًا ۟

নিশ্চয় আল্লাহে ফিৰিস্তাসকলৰ সন্মুখত ৰাছুল মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰশংসা কৰে। আৰু ফিৰিস্তাসকলে তেওঁৰ বাবে দুআ কৰে। গতিকে হে আল্লাহৰ প্ৰতি ঈমান পোষণ কৰা আৰু তেওঁ চৰীয়ত মতে আমল কৰা বান্দাসকল! তোমালোকে ৰাছুল চাল্লাল্লাহু আলাইহি অছাল্লামৰ প্ৰতি দৰূদ আৰু ছালাম পাঠ কৰা। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• علوّ منزلة النبي صلى الله عليه وسلم عند الله وملائكته.
আল্লাহ আৰু তেওঁৰ ফিৰিস্তাসকলৰ ওচৰত নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ আছে অতি উচ্চ মৰ্যাদা। info

• حرمة إيذاء المؤمنين دون سبب.
বিনা অপৰাধত মুমিনসকলক কষ্ট দিয়া হাৰাম। info

• النفاق سبب لنزول العذاب بصاحبه.
নিফাকে মুনাফিকৰ ওচৰলৈ শাস্তি কঢ়িয়াই আনে। info