የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
39 : 33

١لَّذِیْنَ یُبَلِّغُوْنَ رِسٰلٰتِ اللّٰهِ وَیَخْشَوْنَهٗ وَلَا یَخْشَوْنَ اَحَدًا اِلَّا اللّٰهَ ؕ— وَكَفٰی بِاللّٰهِ حَسِیْبًا ۟

সেই নবীসকলে আল্লাহে অৱতীৰ্ণ কৰা বাৰ্তাসমূহক তেওঁলোকৰ উম্মতৰ ওচৰত পৌঁচাই দিছিল। আৰু আল্লাহৰ বাহিৰে আন কাকো ভয় কৰা নাছিল। আল্লাহে হালাল কৰা বিষয় এটা পালন কৰিবলৈ কেতিয়াও মানুহৰ টীকা-টিপ্পনীক ভ্ৰূক্ষেপ কৰা নাছিল। বান্দাসকলৰ কৰ্মৰ সংৰক্ষক হিচাপে আল্লাহেই যথেষ্ট। যাতে সিহঁতৰ হিচাপ গ্ৰহণ কৰিব পাৰে, আৰু সিহঁতক প্ৰতিদান দিব পাৰে। ভাল কাম কৰিলে ভাল ফলাফল লাভ কৰিব, আৰু বেয়া কাম কৰিলে বেয়া ফলাফল পাব। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• وجوب استسلام المؤمن لحكم الله والانقياد له.
আল্লাহৰ সিদ্ধান্তৰ সন্মুখত মুমিনসকলে আত্মসমৰ্পন কৰা তথা নত স্বীকাৰ কৰা অনিবাৰ্য। info

• اطلاع الله على ما في النفوس.
আল্লাহ অন্তৰৰ কথা সম্পৰ্কেও অৱগত। info

• من مناقب أم المؤمنين زينب بنت جحش: أنْ زوّجها الله من فوق سبع سماوات.
উম্মুল মুমিনীন জয়নব বিনতে জাহাশ্ব ৰাদ্বিয়াল্লাহু আনহাৰ অন্যতম বৈশিষ্ট্য হৈছে এই যে, আল্লাহে তেওঁৰ বিবাহ সপ্তম আকাশৰ ওপৰত সম্পাদন কৰিছে। info

• فضل ذكر الله، خاصة وقت الصباح والمساء.
বিশেষকৈ পুৱা-গধূলি আল্লাহক স্মৰণ কৰাৰ গুৰুত্ব। info