የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
12 : 33

وَاِذْ یَقُوْلُ الْمُنٰفِقُوْنَ وَالَّذِیْنَ فِیْ قُلُوْبِهِمْ مَّرَضٌ مَّا وَعَدَنَا اللّٰهُ وَرَسُوْلُهٗۤ اِلَّا غُرُوْرًا ۟

সেইদিনা মুনাফিকসকলে আৰু দুৰ্বল ঈমানৰ অধিকাৰী লোকসকলে সন্দেহ পোষণ কৰি কৈছিলঃ আল্লাহ আৰু তেওঁৰ ৰাছুলে আমাৰ শত্ৰুৰ বিৰুদ্ধে আমাক সহায় কৰাৰ যি প্ৰতিশ্ৰুতি দিছিল, আৰু পৃথিৱীত আমাক প্ৰতিষ্ঠিত কৰাৰ যি আশ্বাস দিছিল, সেইবোৰ আছিল মিছা তথা ভিত্তিহীন। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• منزلة أولي العزم من الرسل.
দৃঢ়প্ৰতিজ্ঞ ৰাছুলসকলৰ মৰ্যাদা অতি উচ্চ। info

• تأييد الله لعباده المؤمنين عند نزول الشدائد.
কঠিন পৰিস্থিতিত আল্লাহে তেওঁৰ মুমিন বান্দাসকলক সহায় কৰে। info

• خذلان المنافقين للمؤمنين في المحن.
বিপদৰ সময়ত মুনাফিকসকলে মুমিনসকলৰ সঙ্গ ত্যাগ কৰে। info