የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
10 : 33

اِذْ جَآءُوْكُمْ مِّنْ فَوْقِكُمْ وَمِنْ اَسْفَلَ مِنْكُمْ وَاِذْ زَاغَتِ الْاَبْصَارُ وَبَلَغَتِ الْقُلُوْبُ الْحَنَاجِرَ وَتَظُنُّوْنَ بِاللّٰهِ الظُّنُوْنَا ۟ؕ

এইটো তেতিয়া সংঘটিত হৈছিল, যেতিয়া কাফিৰসকলে উপত্যকাৰ ওপৰিভাগৰ পৰা আৰু নিম্নভাগৰ পৰা অৰ্থাৎ পূৱ আৰু পশ্চিমৰ পৰা আক্ৰমণ কৰিবলৈ আহিছিল। তেতিয়া সকলো বস্তুক এৰি শত্ৰুক দেখা পাই তোমালোকৰ চকু থৰ লাগিছিল। লগতে ভয়তে তোমালোকৰ প্ৰাণ কণ্ঠাগত হৈছিল। আৰু তোমালোক আল্লাহ সম্পৰ্কে নানাধৰণৰ ধাৰণা পোষণ কৰিছিলা। কেতিয়াবা সহায় পাবা বুলি ধাৰণা কৰিছিলা, আকৌ কেতিয়াবা নিৰাশ হৈ পৰিছিলা। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• منزلة أولي العزم من الرسل.
দৃঢ়প্ৰতিজ্ঞ ৰাছুলসকলৰ মৰ্যাদা অতি উচ্চ। info

• تأييد الله لعباده المؤمنين عند نزول الشدائد.
কঠিন পৰিস্থিতিত আল্লাহে তেওঁৰ মুমিন বান্দাসকলক সহায় কৰে। info

• خذلان المنافقين للمؤمنين في المحن.
বিপদৰ সময়ত মুনাফিকসকলে মুমিনসকলৰ সঙ্গ ত্যাগ কৰে। info