የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
25 : 32

اِنَّ رَبَّكَ هُوَ یَفْصِلُ بَیْنَهُمْ یَوْمَ الْقِیٰمَةِ فِیْمَا كَانُوْا فِیْهِ یَخْتَلِفُوْنَ ۟

হে ৰাছুল! নিশ্চয় আপোনাৰ প্ৰতিপালকে কিয়ামতৰ দিনা সিহঁতৰ মাজত সেইবোৰ বিষয়ৰ মীমাংসা কৰি দিব, যিবোৰ বিষয়ক লৈ সিহঁতে পৃথিৱীত মতানৈক্য কৰিছিল। এতেকে তেতিয়া স্পষ্ট হৈ পৰিব, কোন সৎ পথত আছিল আৰু কোন অসৎ পথত আছিল। লগতে তেওঁ প্ৰত্যেককে উচিত প্ৰতিফল দান কৰিব। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• عذاب الكافر في الدنيا وسيلة لتوبته.
পৃথিৱীত কাফিৰসকলক শাস্তি দিয়াৰ উদ্দেশ্য হৈছে সিহঁতে যাতে তাওবা কৰে। info

• ثبوت اللقاء بين نبينا صلى الله عليه وسلم وموسى عليه السلام ليلة الإسراء والمعراج.
আমাৰ নবী মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লাম আৰু মুছা আলাইহিচ্ছালামৰ লগত ইছৰা আৰু মিৰাজৰ ৰাতি সাক্ষাৎ হোৱাৰ প্ৰমাণ পোৱা গ’ল। info

• الصبر واليقين صفتا أهل الإمامة في الدين.
ধৈৰ্য্য আৰু পূৰ্ণবিশ্বাস হৈছে ধৰ্মৰ প্ৰতিনিধিসকলৰ দুটা অন্যতম বৈশিষ্ট্য। info