የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
15 : 32

اِنَّمَا یُؤْمِنُ بِاٰیٰتِنَا الَّذِیْنَ اِذَا ذُكِّرُوْا بِهَا خَرُّوْا سُجَّدًا وَّسَبَّحُوْا بِحَمْدِ رَبِّهِمْ وَهُمْ لَا یَسْتَكْبِرُوْنَ ۟

আমাৰ ৰাছুলৰ ওপৰত অৱতীৰ্ণ হোৱা আমাৰ আয়াতসমূহৰ প্ৰতি কেৱল সেইসকল লোকেই ঈমান পোষণ কৰে, যিসকলক আমাৰ আয়াতৰ দ্বাৰা উপদেশ দিলে তেওঁলোকে আল্লাহৰ প্ৰশংসা আৰু গুণগান কৰি তেওঁক ছাজদাহ কৰে। আৰু কোনো অৱস্থাতেই আল্লাহৰ ইবাদতৰ ক্ষেত্ৰত আৰু তেওঁক ছাজদা কৰাৰ ক্ষেত্ৰত তেওঁলোকে কেতিয়াও অহংকাৰ নকৰে। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• إيمان الكفار يوم القيامة لا ينفعهم؛ لأنها دار جزاء لا دار عمل.
কিয়ামতৰ দিনা কাফিৰসকলৰ ঈমানে সিহঁতক কোনো উপকাৰ সাধন নকৰিব। কাৰণ সেইটো হৈছে প্ৰতিদানৰ ঠাই, আমলৰ ঠাই নহয়। info

• خطر الغفلة عن لقاء الله يوم القيامة.
কিয়ামতৰ দিনা হ’বলগীয়া আল্লাহৰ সাক্ষৎ সম্পৰ্কীয় অমনোযোগিতা বৰ ভয়াৱহ। info

• مِن هدي المؤمنين قيام الليل.
ৰাতি জাগৰণ কৰি চালাত আদায় কৰাটো মুমিনসকলৰ পৰিচয়। info