የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
2 : 31

تِلْكَ اٰیٰتُ الْكِتٰبِ الْحَكِیْمِ ۟ۙ

হে ৰাছুল! আপোনাৰ ওপৰত অৱতীৰ্ণ হোৱা এই আয়াতসমূহ সেই গ্ৰন্থৰ আয়াত, যিখন হিকমতৰ দ্বাৰা পৰিপূৰ্ণ। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• طاعة الله تقود إلى الفلاح في الدنيا والآخرة.
আল্লাহৰ আনুগত্যই পৃথিৱী আৰু আখিৰাতৰ সফলতাৰ পিনে আগুৱাই লৈ যায়। info

• تحريم كل ما يصد عن الصراط المستقيم من قول أو فعل.
প্ৰত্যেক সেই কথা আৰু কৰ্ম হাৰাম, যিবোৰ কথা-কৰ্মই সত্যৰ পথ অৱলম্বনত বাধা প্ৰদান কৰে। info

• التكبر مانع من اتباع الحق.
অহংকাৰে সত্যৰ অনুসৰণ কৰিবলৈ বাধা প্ৰদান কৰে। info

• انفراد الله بالخلق، وتحدي الكفار أن تخلق آلهتهم شيئًا.
আল্লাহে অকলেই সকলো সৃষ্টিকে সৃষ্টি কৰিছে। সেয়ে কাফিৰসকলক প্ৰত্যাহ্বান জনোৱা হৈছে যে, সিহঁতৰ উপাস্যবোৰেও কিবা সৃষ্টি কৰি দেখাওকচোন। info