የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
44 : 30

مَنْ كَفَرَ فَعَلَیْهِ كُفْرُهٗ ۚ— وَمَنْ عَمِلَ صَالِحًا فَلِاَنْفُسِهِمْ یَمْهَدُوْنَ ۟ۙ

যিয়ে আল্লাহক অস্বীকাৰ কৰিব, সেই অস্বীকাৰৰ শাস্তি সি নিজেই ভোগ কৰিব। অৰ্থাৎ সি চিৰকাল জাহান্নামত অৱস্থান কৰিব। আনহাতে যিয়ে আল্লাহৰ সন্তুষ্টি অৰ্জন কৰাৰ বাবে সৎকৰ্ম কৰিব, তেওঁ নিজকে জান্নাতত প্ৰৱেশ কৰাৰ যোগ্য কৰি তুলিব আৰু তাত থকা নিয়ামতবোৰ উপভোগ কৰাৰ পথ প্ৰশস্ত কৰিব। তাত তেওঁ চিৰকাল অৱস্থান কৰিব। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• إرسال الرياح، وإنزال المطر، وجريان السفن في البحر: نِعَم تستدعي أن نشكر الله عليها.
বতাহ প্ৰেৰণ কৰা, বৰষুণ অৱতীৰ্ণ কৰা আৰু সাগৰত নৌ-যান চলাচলৰ সুবিধা প্ৰদান কৰা আদি এনেকুৱা নিয়ামত, যিবোৰে আমাৰ পৰা দাবী কৰে যে আমি যেন আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰোঁ। info

• إهلاك المجرمين ونصر المؤمنين سُنَّة إلهية.
অপৰাধীসকলক ধ্বংস কৰা আৰু মুমিনসকলক সহায় কৰাটো আল্লাহৰ নীতি। info

• إنبات الأرض بعد جفافها دليل على البعث.
মৃত ভূমিক জীৱিত কৰি তাত উদ্ভিদ উৎপন্ন কৰাটো হৈছে, আখিৰাতৰ বাবে পুনৰ্জীৱিত কৰাৰ অন্যতম প্ৰমাণ। info