የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
29 : 30

بَلِ اتَّبَعَ الَّذِیْنَ ظَلَمُوْۤا اَهْوَآءَهُمْ بِغَیْرِ عِلْمٍ ۚ— فَمَنْ یَّهْدِیْ مَنْ اَضَلَّ اللّٰهُ ؕ— وَمَا لَهُمْ مِّنْ نّٰصِرِیْنَ ۟

সিহঁতৰ পথভ্ৰষ্টতাৰ মূল কাৰণ দলিল-প্ৰমাণৰ স্বল্পতা আৰু ব্যাখ্যাৰ অবিহনে নহয়, বৰং প্ৰকৃত কাৰণ হৈছে প্ৰবৃত্তিৰ অনুসৰণ আৰু পূৰ্বপুৰুষসকলৰ অন্ধানুকৰণ। সিহঁতৰ ওপৰত থকা আল্লাহৰ হক সম্পৰ্কে সিহঁতে অজ্ঞ আছিল। এতেকে আল্লাহে যাক পথভ্ৰষ্ট কৰিব বিচাৰে তাকনো কোনে হিদায়তৰ তাওফীক দিব পাৰে? নিঃসন্দেহে কোনেও তাওফীক দিব নোৱাৰে। সিহঁতৰ বাবে এনেকুৱা কোনো সহায়কো নাথাকিব, যিয়ে সিহঁতক আল্লাহৰ শাস্তিৰ পৰা ৰক্ষা কৰিব পাৰিব। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• خضوع جميع الخلق لله سبحانه قهرًا واختيارًا.
ইচ্ছাকৃতভাৱেই হওক অথবা অনিচ্ছাকৃতভাৱে, সকলো সৃষ্টিয়েই আল্লাহৰ সন্মুখত শিৰ নত কৰিবলৈ বাধ্য। info

• دلالة النشأة الأولى على البعث واضحة المعالم.
প্ৰথমবাৰৰ সৃষ্টি কাৰ্যই আখিৰাতৰ জীৱনৰ স্পষ্ট প্ৰমাণবহন কৰে। info

• اتباع الهوى يضل ويطغي.
প্ৰবৃত্তিৰ অনুসৰণৰ ফলত মানুহ পথভ্ৰষ্ট আৰু দূৰাচাৰীত পৰিণত হয়। info

• دين الإسلام دين الفطرة السليمة.
ইছলাম ধৰ্মই হৈছে সঠিক স্বভাৱগত ধৰ্ম। info