የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
10 : 30

ثُمَّ كَانَ عَاقِبَةَ الَّذِیْنَ اَسَآءُوا السُّوْٓاٰۤی اَنْ كَذَّبُوْا بِاٰیٰتِ اللّٰهِ وَكَانُوْا بِهَا یَسْتَهْزِءُوْنَ ۟۠

যিসকলে নিজৰ কৰ্মক কলুষিত কৰি আল্লাহৰ লগত শ্বিৰ্ক কৰিছিল আৰু পাপকৰ্মত লিপ্ত আছিল, সিহঁতৰ পৰিণাম খুবেই বেয়া হৈছিল। কাৰণ সিহঁতে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল আৰু সেইবোৰক উপহাস কৰিছিল তথা তিৰস্কাৰ কৰিছিল। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• العلم بما يصلح الدنيا مع الغفلة عما يصلح الآخرة لا ينفع.
আখিৰাতত সফলতা লাভ কৰিব পৰা আমলসমূহক অৱজ্ঞা কৰি, কেৱল পাৰ্থিৱ জীৱনৰ উন্নতিয়ে একো উপকাৰ সাধন কৰিব নোৱাৰে। info

• آيات الله في الأنفس وفي الآفاق كافية للدلالة على توحيده.
মানুহৰ শৰীৰত আৰু বিশ্বজগতত বিস্তৃত থকা আল্লাহৰ নিদৰ্শনসমূহেই তেওঁৰ তাওহীদ প্ৰমাণ কৰিবলৈ যথেষ্ট। info

• الظلم سبب هلاك الأمم السابقة.
অন্যায়-অত্যাচাৰৰ কাৰণেই পূৰ্বৱৰ্তী উম্মতসমূহ ধ্বংস হৈছে। info

• يوم القيامة يرفع الله المؤمنين، ويخفض الكافرين.
কিয়ামতৰ দিনা আল্লাহে মুমিনসকলক সুউচ্চ স্থান দান কৰিব। আনহাতে কাফিৰসকলক নিকৃষ্ট ঠাইত নিক্ষেপ কৰিব। info