የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
191 : 3

الَّذِیْنَ یَذْكُرُوْنَ اللّٰهَ قِیٰمًا وَّقُعُوْدًا وَّعَلٰی جُنُوْبِهِمْ وَیَتَفَكَّرُوْنَ فِیْ خَلْقِ السَّمٰوٰتِ وَالْاَرْضِ ۚ— رَبَّنَا مَا خَلَقْتَ هٰذَا بَاطِلًا ۚ— سُبْحٰنَكَ فَقِنَا عَذَابَ النَّارِ ۟

এইসকল লোকেই থিয় হৈ, বহি আৰু শুই থাকিও আল্লাহক স্মৰণ কৰে তথা আকাশ আৰু পৃথিৱীৰ সৃষ্টিত চিন্তা-গৱেষণা কৰি কয়ঃ হে আমাৰ প্ৰতিপালক! তুমি ইমান ডাঙৰ সৃষ্টি এনেই সৃষ্টি কৰা নাই। নিশ্চয় তুমি উদ্দেশ্যহীন কৰ্মৰ পৰা পৱিত্ৰ। তুমি আমাক সত্কৰ্মৰ তাওফীক প্ৰদান কৰি আৰু বেয়া কৰ্মৰ পৰা আঁতৰাই ৰাখি, জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰা। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• من صفات علماء السوء من أهل الكتاب: كتم العلم، واتباع الهوى، والفرح بمدح الناس مع سوء سرائرهم وأفعالهم.
আহলে কিতাবসকলৰ বেয়া বিদ্যানসকলৰ কিছুমান বৈশিষ্ট্য এই যে, জ্ঞান গোপন কৰা আৰু প্ৰবৃত্তিৰ অনুসৰণ কৰা লগতে সিহঁতৰ অন্তৰাত্মা তথা কৰ্ম বেয়া হোৱা সত্ত্বেও মানুহৰ প্ৰশংসাত আনন্দিত হয়। info

• التفكر في خلق الله تعالى في السماوات والأرض وتعاقب الأزمان يورث اليقين بعظمة الله وكمال الخضوع له عز وجل.
আকাশমণ্ডল আৰু পৃথিৱীৰ সৃষ্টি তথা সময়ৰ আৱৰ্তন সম্পৰ্কে চিন্তা-চৰ্চা কৰিলে আল্লাহৰ মহানতাৰ প্ৰতি বিশ্বাস আৰু পূৰ্ণ সমৰ্পণৰ ভাৱনা সৃষ্টি হয়। info

• دعاء الله وخضوع القلب له تعالى من أكمل مظاهر العبودية.
আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰা আৰু তেওঁৰ সন্মুখত আন্তৰিকতাৰে শিৰ নত কৰা, ভক্তিৰ সম্পূৰ্ণ দৃশ্যৰ অন্যতম। info