የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
43 : 29

وَتِلْكَ الْاَمْثَالُ نَضْرِبُهَا لِلنَّاسِ ۚ— وَمَا یَعْقِلُهَاۤ اِلَّا الْعٰلِمُوْنَ ۟

এই উদাহৰণবোৰ, আমি মানুহক সজাগ তথা সচেতন কৰিবলৈ, সত্য অৱগত কৰাবলৈ, লগতে সত্যৰ পথ দেখুৱাবলৈ উপস্থাপন কৰি আছোঁ, এইবোৰক সেইসকল লোকেই ভালদৰে বুজি পায়, যিসকলে আল্লাহৰ চৰীয়ত আৰু তেওঁৰ হিকমত সম্পৰ্কে ভালকৈ অৱগত। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• أهمية ضرب المثل: (مثل العنكبوت) .
উদাহৰণ উপস্থাপন কৰাৰ গুৰুত্ব। যেনে “মকৰাৰ উদাহৰণ”। info

• تعدد أنواع العذاب في الدنيا.
পৃথিৱীত বিভিন্ন প্ৰকাৰৰ শাস্তি অৱতীৰ্ণ হয়। info

• تَنَزُّه الله عن الظلم.
আল্লাহ অন্যায়-অত্যাচাৰৰ পৰা পৱিত্ৰ। info

• التعلق بغير الله تعلق بأضعف الأسباب.
ইবাদতৰ ক্ষেত্ৰত আল্লাহৰ বাহিৰে আনৰ সৈতে সম্পৰ্ক স্থাপন কৰাটো হৈছে, আটাইতকৈ দুৰ্বল সম্পৰ্ক। info

• أهمية الصلاة في تقويم سلوك المؤمن.
মুমিনৰ চৰিত্ৰ সংশোধন কৰাৰ ক্ষেত্ৰত চালাতৰ গুৰুত্ব। info