የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
39 : 29

وَقَارُوْنَ وَفِرْعَوْنَ وَهَامٰنَ ۫— وَلَقَدْ جَآءَهُمْ مُّوْسٰی بِالْبَیِّنٰتِ فَاسْتَكْبَرُوْا فِی الْاَرْضِ وَمَا كَانُوْا سٰبِقِیْنَ ۟ۚ

এইদৰে আমি কাৰূনকো ভূমিস্খলনৰ দ্বাৰা তাক আৰু তাৰ অট্টালিকাক ধ্বংস কৰিছিলোঁ, যেতিয়া সি মুছাৰ সম্প্ৰদায়ৰ মাজত উৎপাত আৰম্ভ কৰিছিল। এইদৰে ফিৰআউন আৰু তাৰ মন্ত্ৰী হামানকো আমি সাগৰত ডুবাই ধ্বংস কৰিছিলোঁ। নিশ্চয় মুছা আলাইহিচ্ছালামে তেওঁৰ সত্যতা প্ৰমাণ কৰিবলৈ সিহঁতৰ ওচৰত স্পষ্ট নিদৰ্শন লৈ আহিছিল। তথাপিও সিহঁতে মিচৰৰ ভূমিত তেওঁৰ প্ৰতি ঈমান আনিবলৈ অহংকাৰ কৰিছিল। সিহঁত কেতিয়াও আমাৰ শাস্তিৰ পৰা পলায়ন কৰি ৰক্ষা পাব নোৱাৰে। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• أهمية ضرب المثل: (مثل العنكبوت) .
উদাহৰণ উপস্থাপন কৰাৰ গুৰুত্ব। যেনে “মকৰাৰ উদাহৰণ”। info

• تعدد أنواع العذاب في الدنيا.
পৃথিৱীত বিভিন্ন প্ৰকাৰৰ শাস্তি অৱতীৰ্ণ হয়। info

• تَنَزُّه الله عن الظلم.
আল্লাহ অন্যায়-অত্যাচাৰৰ পৰা পৱিত্ৰ। info

• التعلق بغير الله تعلق بأضعف الأسباب.
ইবাদতৰ ক্ষেত্ৰত আল্লাহৰ বাহিৰে আনৰ সৈতে সম্পৰ্ক স্থাপন কৰাটো হৈছে, আটাইতকৈ দুৰ্বল সম্পৰ্ক। info

• أهمية الصلاة في تقويم سلوك المؤمن.
মুমিনৰ চৰিত্ৰ সংশোধন কৰাৰ ক্ষেত্ৰত চালাতৰ গুৰুত্ব। info