የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
34 : 29

اِنَّا مُنْزِلُوْنَ عَلٰۤی اَهْلِ هٰذِهِ الْقَرْیَةِ رِجْزًا مِّنَ السَّمَآءِ بِمَا كَانُوْا یَفْسُقُوْنَ ۟

অশ্লীল তথা জঘন্য পাপকৰ্মত লিপ্ত থকাৰ কাৰণে আমি এই জনবসতিৰ ওপৰত আকাশৰ পৰা শাস্তি অৱতীৰ্ণ কৰিম, সেয়া হৈছে জুয়ে পোৰা শিলৰ শাস্তি। এই শাস্তি অৱতীৰ্ণ হোৱাৰ কাৰণটো হৈছে, সিহঁতে ঘৃণনীয় অশ্লীল কৰ্মত লিপ্ত হৈ আল্লাহৰ আনুগত্যৰ পৰা ওলাই গৈছে। অৰ্থাৎ সিহঁতে নাৰীসকলক এৰি পুৰুষৰ লগত যৌন চাহিদা পূৰণ কৰে। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• قوله تعالى:﴿ وَقَد تَّبَيَّنَ..﴾ تدل على معرفة العرب بمساكنهم وأخبارهم.
আল্লাহ তাআলাৰ এই বাণী (وَقَد تَّبَيَّنَ)ৰ দ্বাৰা প্ৰমাণিত হয় যে, আৰবীয়ানসকলে সিহঁতৰ ধ্বংসাৱশেষ ঘৰ-দুৱাৰ আৰু জনবসতিহীন অঞ্চল সম্পৰ্কে অৱগত আছিল। info

• العلائق البشرية لا تنفع إلا مع الإيمان.
ঈমান অবিহনে আত্মীয়তাৰ সম্পৰ্কই কোনো উপকাৰ সাধন কৰিব নোৱাৰে। info

• الحرص على أمن الضيوف وسلامتهم من الاعتداء عليهم.
অতিথিসকলৰ নিৰাপত্তা আৰু তেওঁলোকৰ শত্ৰুৰ পৰা তেওঁলোকক সুৰক্ষা প্ৰদান কৰাৰ আগ্ৰহ থকা বাঞ্চনীয়। info

• منازل المُهْلَكين بالعذاب عبرة للمعتبرين.
শাস্তিৰ দ্বাৰা ধ্বংসস্তূপত পৰিণত হোৱা গৃহবোৰ, উপদেশ গ্ৰহণ কৰা লোকসকলৰ বাবে এটা উপদেশ। info

• العلم بالحق لا ينفع مع اتباع الهوى وإيثاره على الهدى.
সত্যৰ জ্ঞান অৰ্জন কৰাৰ পিছতো প্ৰবৃত্তিৰ অনুসৰণক হিদায়তৰ ওপৰত প্ৰাধান্য দিলে, সেই জ্ঞানে একো উপকাৰ সাধন নকৰে। info