የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
2 : 29

اَحَسِبَ النَّاسُ اَنْ یُّتْرَكُوْۤا اَنْ یَّقُوْلُوْۤا اٰمَنَّا وَهُمْ لَا یُفْتَنُوْنَ ۟

মানুহে ভাৱিছে নেকি যে, “আমি আল্লাহৰ প্ৰতি ঈমান আনিছোঁ” এই বুলি স্বীকাৰ কৰিলেই সিহঁতক পৰীক্ষা নকৰাকৈয়ে, অৰ্থাৎ সিহঁতৰ এই স্বীকৃতিৰ বাস্তৱিকতা যাচাই নকৰাকৈয়ে এনেই এৰি দিয়া হ’ব? সিহঁত প্ৰকৃততে ঈমান আনিছে নে নাই? দৰাচলতে বিষয়টো তেনেকুৱা নহয় যিদৰে সিহঁতে ভাৱিছে। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• النهي عن إعانة أهل الضلال.
বিভ্ৰান্ত লোকক সহায় কৰাৰ নিষেধাজ্ঞা। info

• الأمر بالتمسك بتوحيد الله والبعد عن الشرك به.
আল্লাহৰ তাওহীদ মজবুতভাৱে ধাৰণ কৰিবলৈ আৰু শ্বিৰ্কৰ পৰা দূৰৈত থাকিবলৈ নিৰ্দেশ দিয়া হৈছে। info

• ابتلاء المؤمنين واختبارهم سُنَّة إلهية.
বিপদ-আপদৰ দ্বাৰা মুমিনসকলক পৰীক্ষা কৰাটো আল্লাহৰ সাধাৰণ নিয়ম। info

• غنى الله عن طاعة عبيده.
আল্লাহ তেওঁৰ বান্দাৰ ইবাদতৰ পৰা অমুখাপেক্ষী। info