የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
9 : 28

وَقَالَتِ امْرَاَتُ فِرْعَوْنَ قُرَّتُ عَیْنٍ لِّیْ وَلَكَ ؕ— لَا تَقْتُلُوْهُ ۖۗ— عَسٰۤی اَنْ یَّنْفَعَنَاۤ اَوْ نَتَّخِذَهٗ وَلَدًا وَّهُمْ لَا یَشْعُرُوْنَ ۟

ফিৰআউনে যেতিয়া তেওঁক হত্যা কৰিব বিচাৰিলে তেতিয়া ফিৰআউনৰ স্ত্ৰীয়ে ক’লে, ইয়াক এৰি দিয়ক, এই ল’ৰাটো মোৰ আৰু আপোনাৰ বাবে আনন্দৰ উৎস হৈ থাকিব। লগতে আমাৰ সেৱা কৰি আমাক উপকৃত কৰিব। নাইবা ইয়াক আমি পুত্ৰ বনাই লম। কিন্তু সিহঁতে জনা নাছিল যে, এটা সময়ত এই ল’ৰাটোৰ দ্বাৰা সিহঁতৰ ৰাজত্বৰ পতন ঘটিব। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• تدبير الله لعباده الصالحين بما يسلمهم من مكر أعدائهم.
আল্লাহে তেওঁৰ মুমিন বান্দাসকলক শত্ৰুৰ ষড়যন্ত্ৰৰ পৰা ৰক্ষা কৰিবলৈ কৌশল অৱলম্বন কৰে। info

• تدبير الظالم يؤول إلى تدميره.
অত্যাচাৰীসকলৰ ষড়যন্ত্ৰ সদায় সিহঁতৰেই বিনাশৰ কাৰণ হৈ পৰে। info

• قوة عاطفة الأمهات تجاه أولادهن.
নিজৰ সন্তানৰ প্ৰতি মাতৃৰ অতুলনীয় মৰম। info

• جواز استخدام الحيلة المشروعة للتخلص من ظلم الظالم.
অত্যাচাৰীৰ অত্যাচাৰৰ পৰা ৰক্ষা পাবলৈ কৌশল অৱলম্বন কৰা বৈধ। info

• تحقيق وعد الله واقع لا محالة.
আল্লাহৰ প্ৰতিশ্ৰুতি নিশ্চিতভাৱে বাস্তৱায়ন হ'ব, ইয়াত কোনো সন্দেহ নাই। info