የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
42 : 28

وَاَتْبَعْنٰهُمْ فِیْ هٰذِهِ الدُّنْیَا لَعْنَةً ۚ— وَیَوْمَ الْقِیٰمَةِ هُمْ مِّنَ الْمَقْبُوْحِیْنَ ۟۠

সিহঁতৰ শাস্তি বৃদ্ধি কৰিবলৈ এই পৃথিৱীত আমি তিৰস্কাৰ আৰু ধিক্কাৰ সিহঁতৰ লগত সম্পৃক্ত কৰি দিছোঁ, তথা কিয়ামতৰ দিনা সিহঁত হ’ব লাঞ্ছিত আৰু অপমানিত। আল্লাহৰ ৰহমতৰ পৰা বহু দূৰৈত অৱস্থান কৰিব। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• رَدُّ الحق بالشبه الواهية شأن أهل الطغيان.
ভিত্তিহীন সন্দেহৰ বশৱৰ্তী হৈ সত্যক পৰিত্যাগ কৰাটো হৈছে দূৰাচাৰী লোকৰ লক্ষণ। info

• التكبر مانع من اتباع الحق.
অহংকাৰে সত্যৰ অনুসৰণ কৰিবলৈ বাধা প্ৰদান কৰে। info

• سوء نهاية المتكبرين من سنن رب العالمين.
অহংকাৰীসকলৰ পৰিণাম অত্যন্ত বেয়া, এইটো আল্লাহৰ সাধাৰণ নিয়মৰ অন্তৰ্ভু্ক্ত। info

• للباطل أئمته ودعاته وصوره ومظاهره.
অসত্যৰো কিছুমান নেতা, প্ৰচাৰক, বিভিন্ন ৰূপ আৰু আকাৰ থাকে। info