የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
33 : 28

قَالَ رَبِّ اِنِّیْ قَتَلْتُ مِنْهُمْ نَفْسًا فَاَخَافُ اَنْ یَّقْتُلُوْنِ ۟

মুছা আলাইহিচ্ছালামে নিজ প্ৰতিপালকৰ ওচৰত দুআ কৰি ক'লেঃ নিশ্চয় মই সিহঁতৰ মাজৰ এজনক হত্যা কৰিছিলোঁ। গতিকে মই যদি এই বাৰ্তা লৈ সিহঁতৰ ওচৰত গৈ উপস্থিত হওঁ, তেন্তে সিহঁতে মোক হত্যা কৰিব বুলি মই ভয় কৰি আছোঁ। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الوفاء بالعقود شأن المؤمنين.
প্ৰতিশ্ৰুতি পূৰণ কৰাটো হৈছে মুমিনসকলৰ মৰ্যাদা। info

• تكليم الله لموسى عليه السلام ثابت على الحقيقة.
মুছা আলাইহিচ্ছালামে আল্লাহৰ লগত কৰা বাৰ্তালাপ বাস্তৱিকৰূপে প্ৰমাণিত। info

• حاجة الداعي إلى الله إلى من يؤازره.
ধৰ্ম প্ৰচাৰত জৰিত ব্যক্তিসকলৰো সহায়কৰ প্ৰয়োজন হ'ব পাৰে। info

• أهمية الفصاحة بالنسبة للدعاة.
ধৰ্ম প্ৰচাৰকসকলৰ বাবে ভাষাজ্ঞানত দক্ষ হোৱাটো অতি গুৰুত্বপূৰ্ণ। info