የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
68 : 27

لَقَدْ وُعِدْنَا هٰذَا نَحْنُ وَاٰبَآؤُنَا مِنْ قَبْلُ ۙ— اِنْ هٰذَاۤ اِلَّاۤ اَسَاطِیْرُ الْاَوَّلِیْنَ ۟

নিশ্চয় এই প্ৰতিশ্ৰুতি যিটো আমাক দিয়া হৈছে, এইটো আমাৰ পূৰ্বৱৰ্তী লোকসকলকো দিয়া হৈছিল যে, আমাক সকলোকে পুনৰ্জীৱিত কৰা হ’ব। কিন্তু এই প্ৰতিশ্ৰুতি এতিয়ালৈকে পুৰণ হোৱা নেদেখিলোঁ। দৰাচলতে আমাক দিয়া এই প্ৰতিশ্ৰুতি হৈছে পূৰ্বৱৰ্তী লোকসকলৰ মিছা বাণী, যিবোৰ সিহঁতে নিজৰ পুথিত লিপিবদ্ধ কৰি থৈ গৈছে। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• علم الغيب مما اختص به الله، فادعاؤه كفر.
গায়েব সম্পৰ্কীয় জ্ঞান একমাত্ৰ আল্লাহৰ বাবে নিৰ্দিষ্ট। গায়েব সম্পৰ্কীয় জ্ঞানৰ দাবী কৰা কুফৰী কাম। info

• الاعتبار بالأمم السابقة من حيث مصيرها وأحوالها طريق النجاة.
বিগত উম্মতসমূহৰ পৰিণাম আৰু সিহঁতৰ অৱস্থাৰ পৰা শিক্ষা লোৱাটো এক প্ৰকাৰ মুক্তিৰ পথ। info

• إحاطة علم الله بأعمال عباده.
আল্লাহ তাআলা বান্দাৰ সকলো কৰ্ম সম্পৰ্কে অৱগত। info

• تصحيح القرآن لانحرافات بني إسرائيل وتحريفهم لكتبهم.
কোৰআনে বনী ইছৰাঈলৰ পথভ্ৰষ্টতা সম্পৰ্কে আলোচনা কৰি তাৰ প্ৰতিকাৰ বৰ্ণনা কৰে, লগতে সিহঁতে ঐশীগ্ৰন্থসমূহক যিদৰে বিকৃত কৰিছিল, সেইবোৰ আঙুলিয়াই দিয়ে। info