የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
13 : 27

فَلَمَّا جَآءَتْهُمْ اٰیٰتُنَا مُبْصِرَةً قَالُوْا هٰذَا سِحْرٌ مُّبِیْنٌ ۟ۚ

এতেকে যেতিয়া সিহঁতৰ ওচৰত আমাৰ এই স্পষ্ট আৰু প্ৰত্যক্ষ নিদৰ্শনবোৰ আহিল, যিবোৰৰ দ্বাৰা আমি মুছাক সহায় সমৰ্থন কৰিছিলোঁ। তেতিয়া সিহঁতে ক’লেঃ মুছাই লৈ অহা এই নিদৰ্শনবোৰ হৈছে প্ৰকাশ্য যাদু। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• القرآن هداية وبشرى للمؤمنين.
কোৰআন হৈছে মুমিনসকলৰ বাবে পথপ্ৰদৰ্শক তথা সুসংবাদবাহক। info

• الكفر بالله سبب في اتباع الباطل من الأعمال والأقوال، والحيرة، والاضطراب.
কথা আৰু কৰ্মত বাতিলৰ অনুসৰণ, উদ্ভ্ৰান্ত, উদ্বাউল আদিৰ অন্যতম কাৰণ হৈছে আল্লাহৰ লগত কুফৰী কৰা। info

• تأمين الله لرسله وحفظه لهم سبحانه من كل سوء.
আল্লাহে তেওঁৰ ৰাছুলসকলক সকলো প্ৰকাৰ অনিষ্টৰ পৰা সুৰক্ষা প্ৰদান কৰাৰ দায়িত্ব গ্ৰহণ কৰিছে। info