የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
83 : 26

رَبِّ هَبْ لِیْ حُكْمًا وَّاَلْحِقْنِیْ بِالصّٰلِحِیْنَ ۟ۙ

ইব্ৰাহীম আলাইহিচ্ছালামে নিজ প্ৰতিপালকৰ ওচৰত প্ৰাৰ্থনা কৰি কৈছিলঃ হে মোৰ প্ৰতিপালক! তুমি মোক দ্বীনৰ সঠিক জ্ঞান দান কৰা। লগতে মোক পূৰ্বে অতিবাহিত হোৱা পূণ্যৱান নবীসকলৰ অন্তৰ্ভুক্ত কৰা, যাতে তেওঁলোকৰ সৈতে জান্নাতত প্ৰৱেশ কৰাৰ সৌভাগ্য লাভ কৰিব পাৰোঁ। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الله مع عباده المؤمنين بالنصر والتأييد والإنجاء من الشدائد.
আল্লাহে সদায় তেওঁৰ মুমিন বান্দাসকলক সহায়, সমৰ্থন কৰে, তথা তেওঁলোকক বিপদৰ পৰা ৰক্ষা কৰে। info

• ثبوت صفتي العزة والرحمة لله تعالى.
সৰ্বশক্তিমান আৰু ৰহমত, আল্লাহৰ এই দুটা বৈশিষ্ট্যৰ প্ৰমাণ পোৱা গ’ল। info

• خطر التقليد الأعمى.
অন্ধ অনুকৰণৰ লোকচান। info

• أمل المؤمن في ربه عظيم.
মুমিনসকল নিজ প্ৰতিপালকৰ ওচৰত ডাঙৰ আশাবাদী। info