የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
61 : 26

فَلَمَّا تَرَآءَ الْجَمْعٰنِ قَالَ اَصْحٰبُ مُوْسٰۤی اِنَّا لَمُدْرَكُوْنَ ۟ۚ

এতেকে যেতিয়া ফিৰআউন আৰু তাৰ সম্প্ৰদায়ে মুছা আৰু তেওঁৰ সম্প্ৰদায়ৰ মুখামুখি হ'ল, তথা দুয়ো দলে ইজনে সিজনক প্ৰত্যক্ষ কৰিছিল। তেতিয়া মুছা আলাইহিচ্ছালামৰ সঙ্গীসকলে ক'লেঃ নিশ্চয় ফিৰআউন আৰু তাৰ সম্প্ৰদায়ে আজি আমাক কৰায়ত্ত্ব কৰিবই, আজি ৰক্ষা পোৱাৰ কোনো অৱকাশ নাই। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الله مع عباده المؤمنين بالنصر والتأييد والإنجاء من الشدائد.
আল্লাহে সদায় তেওঁৰ মুমিন বান্দাসকলক সহায়, সমৰ্থন কৰে, তথা তেওঁলোকক বিপদৰ পৰা ৰক্ষা কৰে। info

• ثبوت صفتي العزة والرحمة لله تعالى.
সৰ্বশক্তিমান আৰু ৰহমত, আল্লাহৰ এই দুটা বৈশিষ্ট্যৰ প্ৰমাণ পোৱা গ’ল। info

• خطر التقليد الأعمى.
অন্ধ অনুকৰণৰ লোকচান। info

• أمل المؤمن في ربه عظيم.
মুমিনসকল নিজ প্ৰতিপালকৰ ওচৰত ডাঙৰ আশাবাদী। info