የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
154 : 26

مَاۤ اَنْتَ اِلَّا بَشَرٌ مِّثْلُنَا ۖۚ— فَاْتِ بِاٰیَةٍ اِنْ كُنْتَ مِنَ الصّٰدِقِیْنَ ۟

তুমি আমাৰ দৰেই এজন মানৱ। আমাতকৈ ভিন্ন তোমাৰ মাজত এনেকুৱা কোনো গুণ নাই, যাৰ ফলত তুমি ৰাছুল হোৱাৰ যোগ্য হ'ব পাৰিবা। যদি তুমি সঁচাই ৰাছুল, তথা যদি তুমি তোমাৰ এই দাবীত সত্যবাদী, তেন্তে নিদৰ্শন (প্ৰতীক) লৈ আহা; যি নিদৰ্শনে প্ৰমাণ কৰিব যে, তুমি আল্লাহৰ ৰাছুল। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• توالي النعم مع الكفر استدراج للهلاك.
কুফৰী কৰাৰ পিছতো ধাৰাবাহিকভাৱে নিয়ামত পোৱাটোৱে ধ্বংসৰ পিনে গতি কৰা বুজায়। info

• التذكير بالنعم يُرتجى منه الإيمان والعودة إلى الله من العبد.
এইকাৰণে নিয়ামত স্মৰণ কৰাই দিয়া হয়, যাতে বান্দাই ঈমান পোষণ কৰে আৰু আল্লাহৰ ফালে উভতি আহে। info

• المعاصي هي سبب الفساد في الأرض.
পাপ কৰ্মই হৈছে পৃথিৱীত উপদ্ৰৱ তথা বিপৰ্যয় সৃষ্টিৰ মূল কাৰক। info