የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
145 : 26

وَمَاۤ اَسْـَٔلُكُمْ عَلَیْهِ مِنْ اَجْرٍ ۚ— اِنْ اَجْرِیَ اِلَّا عَلٰی رَبِّ الْعٰلَمِیْنَ ۟ؕ

মই তোমালোকক মোৰ প্ৰতিপালকৰ পৰা লৈ অহা যি শিক্ষা দি আছোঁ, তাৰ পৰিবৰ্তে তোমালোকৰ পৰা মই কোনো পাৰিশ্ৰমিক বিচৰা নাই। মোৰ প্ৰতিদান কেৱল সৃষ্টিজগতৰ ৰব্ব আল্লাহ তাআলাইহে প্ৰদান কৰিব, তেওঁৰ বাহিৰে আন কোনেও নহয়। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• توالي النعم مع الكفر استدراج للهلاك.
কুফৰী কৰাৰ পিছতো ধাৰাবাহিকভাৱে নিয়ামত পোৱাটোৱে ধ্বংসৰ পিনে গতি কৰা বুজায়। info

• التذكير بالنعم يُرتجى منه الإيمان والعودة إلى الله من العبد.
এইকাৰণে নিয়ামত স্মৰণ কৰাই দিয়া হয়, যাতে বান্দাই ঈমান পোষণ কৰে আৰু আল্লাহৰ ফালে উভতি আহে। info

• المعاصي هي سبب الفساد في الأرض.
পাপ কৰ্মই হৈছে পৃথিৱীত উপদ্ৰৱ তথা বিপৰ্যয় সৃষ্টিৰ মূল কাৰক। info