የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
117 : 26

قَالَ رَبِّ اِنَّ قَوْمِیْ كَذَّبُوْنِ ۟ۚۖ

নূহ আলাইহিচ্ছালামে তেওঁৰ প্ৰতিপালকৰ ওচৰত দুআ কৰি ক’লেঃ হে মোৰ প্ৰতিপালক! নিশ্চয় মোৰ সম্প্ৰদায়ে মোক অস্বীকাৰ কৰিছে। তথা তোমাৰ ফালৰ পৰা মই যি লৈ আহিছোঁ, সেয়া সিহঁতে বিশ্বাস কৰা নাই। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• أفضلية أهل السبق للإيمان حتى لو كانوا فقراء أو ضعفاء.
ঈমান পোষণ কৰাৰ ক্ষেত্ৰত আগভাগ লোৱা লোকসকলৰ শ্ৰেষ্ঠতা, যদিও তেওঁলোক দুৰ্বল তথা দৰিদ্ৰই নহওক কিয়। info

• إهلاك الظالمين، وإنجاء المؤمنين سُنَّة إلهية.
অন্যায়কাৰীসকলক ধ্বংস কৰা আৰু মুমিনসকলক ৰক্ষা কৰাটো আল্লাহৰ সাধাৰণ নিয়ম। info

• خطر الركونِ إلى الدنيا.
পৃথিৱীক প্ৰাধান্য দিয়া আৰু ইয়াৰ প্ৰতি ভৰসা কৰাৰ ভয়াৱহতা। info

• تعنت أهل الباطل، وإصرارهم عليه.
বাতিলপন্থীৰ জিদ আৰু সিহঁতৰ আঁকোৰগোজ স্বভাৱ। info