የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
42 : 25

اِنْ كَادَ لَیُضِلُّنَا عَنْ اٰلِهَتِنَا لَوْلَاۤ اَنْ صَبَرْنَا عَلَیْهَا ؕ— وَسَوْفَ یَعْلَمُوْنَ حِیْنَ یَرَوْنَ الْعَذَابَ مَنْ اَضَلُّ سَبِیْلًا ۟

“এওঁ দেখোন আমাক আমাৰ উপাস্যবোৰৰ উপাসনাৰ পৰা আঁতৰাই দিব, যদি আমি আমাৰ উপাস্যবোৰৰ উপাসনাত দৃঢ়ভাৱে অটল নাথাকো, তেন্তে এওঁ যুক্তি আৰু দলিলৰ দ্বাৰা আমাক নিশ্চয় আঁতৰাই নিব”। কিন্তু সিহঁতে যেতিয়া কবৰত আৰু কিয়ামতৰ দিনা শাস্তি প্ৰত্যক্ষ কৰিব, তেতিয়া সিহঁতে গম পাব কোন পথভ্ৰষ্ট আছিল? সিহঁত নে ৰাছুল। লগতে এই কথাও জানি লব যে, কোন সৰ্বাধিক পথভ্ৰষ্ট আছিল। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الكفر بالله والتكذيب بآياته سبب إهلاك الأمم.
আল্লাহৰ লগত কুফৰী কৰা আৰু তেওঁৰ আয়াতসমূহক অস্বীকাৰ কৰা, বহুতো সম্প্ৰদায়ৰ ধ্বংসৰ কাৰণ আছিল। info

• غياب الإيمان بالبعث سبب عدم الاتعاظ.
কোনো নিদৰ্শনৰ পৰা শিক্ষা নোলোৱাৰ অন্যতম কাৰণ হৈছে পুনৰুত্থানক বিশ্বাস নকৰা। info

• السخرية بأهل الحق شأن الكافرين.
সত্যৰ পথত পৰিচালিত ব্যক্তিক উপহাস কৰাটো হৈছে কাফিৰসকলৰ স্বভাৱ। info

• خطر اتباع الهوى.
প্ৰবৃত্তিৰ অনুসৰণ হৈছে মহা ক্ষতিকাৰক। info