የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
40 : 25

وَلَقَدْ اَتَوْا عَلَی الْقَرْیَةِ الَّتِیْۤ اُمْطِرَتْ مَطَرَ السَّوْءِ ؕ— اَفَلَمْ یَكُوْنُوْا یَرَوْنَهَا ۚ— بَلْ كَانُوْا لَا یَرْجُوْنَ نُشُوْرًا ۟

(হে নবী) আপোনাৰ সম্প্ৰদায়ৰ এই অস্বীকাৰকাৰী লোকসকলে ছিৰিয়ালৈ যোৱাৰ সময়ত লূত আলাইহিচ্ছালামৰ জনবসতিক অতিক্ৰম কৰি যায়, যি জনবসতিক সিহঁতৰ প্ৰকাশ্য অশ্লীলতাৰ ফলত শিলাবৃষ্টিৰ জৰিয়তে ধ্বংস কৰা হৈছিল, সিহঁতে ইয়াৰ পৰা শিক্ষা লোৱা উচিত। সিহঁতে এই ধ্বংসস্তুপত পৰিণত হোৱা জনবসতিটোক প্ৰত্যক্ষ কৰা নাইনে? নে সিহঁত অন্ধ হৈ পৰিছিল? নহয়, এনেকুৱা নহয় যে সিহঁত অন্ধ হৈ পৰিছিল, বৰং সিহঁতে পুনৰুত্থানৰ পিছত হিচাপ-নিকাচ সম্পৰ্কে বিশ্বাস পোষণ নকৰে। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الكفر بالله والتكذيب بآياته سبب إهلاك الأمم.
আল্লাহৰ লগত কুফৰী কৰা আৰু তেওঁৰ আয়াতসমূহক অস্বীকাৰ কৰা, বহুতো সম্প্ৰদায়ৰ ধ্বংসৰ কাৰণ আছিল। info

• غياب الإيمان بالبعث سبب عدم الاتعاظ.
কোনো নিদৰ্শনৰ পৰা শিক্ষা নোলোৱাৰ অন্যতম কাৰণ হৈছে পুনৰুত্থানক বিশ্বাস নকৰা। info

• السخرية بأهل الحق شأن الكافرين.
সত্যৰ পথত পৰিচালিত ব্যক্তিক উপহাস কৰাটো হৈছে কাফিৰসকলৰ স্বভাৱ। info

• خطر اتباع الهوى.
প্ৰবৃত্তিৰ অনুসৰণ হৈছে মহা ক্ষতিকাৰক। info