የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
28 : 24

فَاِنْ لَّمْ تَجِدُوْا فِیْهَاۤ اَحَدًا فَلَا تَدْخُلُوْهَا حَتّٰی یُؤْذَنَ لَكُمْ ۚ— وَاِنْ قِیْلَ لَكُمُ ارْجِعُوْا فَارْجِعُوْا هُوَ اَزْكٰی لَكُمْ ؕ— وَاللّٰهُ بِمَا تَعْمَلُوْنَ عَلِیْمٌ ۟

যদি ঘৰত কোনো ব্যক্তি নাথাকে তেন্তে ঘৰৰ মালিকে অনুমতি নিদিয়ালৈকে সেই ঘৰত প্ৰৱেশ নকৰিবা। আৰু যদি ঘৰৰ মালিকে উভতি যাবলৈ কয় তেন্তে উভতি যাবা প্ৰৱেশ নকৰিবা। আল্লাহৰ ওচৰত এইটোৱে তোমালোকৰ বাবে অধিক পৱিত্ৰ। নিশ্চয় আল্লাহ তোমালোকৰ কৰ্ম সম্পৰ্কে সৰ্বজ্ঞ, তোমালোকৰ কোনো কৰ্মই তেওঁৰ পৰা গোপন নহয়। তেওঁ তোমালোকক ইয়াৰ প্ৰতিদান দিব। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• جواز دخول المباني العامة دون استئذان.
সাৰ্বজনিক ভৱনত অনুমতি নোহোৱাকৈ প্ৰৱেশ কৰা বৈধ। info

• وجوب غض البصر على الرجال والنساء عما لا يحلّ لهم.
পুৰুষ তথা নাৰী সকলোৱে এনেকুৱা বস্তুৰ পৰা দৃষ্টি সংযত ৰখা অনিবাৰ্য, যিবোৰ দেখা তেওঁলোকৰ বাবে হালাল নহয়। info

• وجوب الحجاب على المرأة.
নাৰীৰ বাবে পৰ্দা অনিবাৰ্য। info

• منع استخدام وسائل الإثارة.
কামনা-বাসনাক উত্তেজিত কৰা মাধ্যমসমূহ অৱলম্বন কৰা নিষিদ্ধ। info