የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
12 : 24

لَوْلَاۤ اِذْ سَمِعْتُمُوْهُ ظَنَّ الْمُؤْمِنُوْنَ وَالْمُؤْمِنٰتُ بِاَنْفُسِهِمْ خَیْرًا ۙ— وَّقَالُوْا هٰذَاۤ اِفْكٌ مُّبِیْنٌ ۟

যেতিয়া মুমিন পুৰুষ আৰু মুমিনা নাৰীসকলে এই মহা অপবাদটো শুনা পাইছিল, তেতিয়া তেওঁলোকে নিজৰ মুমিন ভাইসকলৰ প্ৰতি এনেকুৱা মিছা অপবাদ শুনি তেওঁলোকে কিয় বিশ্বাস পোষণ নকৰিলে যে, ইয়াৰ লগত তেওঁলোকৰ কোনো সম্পৰ্ক নাই, তথা এইটো এটা স্পষ্ট মিছা অপবাদ? info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• تركيز المنافقين على هدم مراكز الثقة في المجتمع المسلم بإشاعة الاتهامات الباطلة.
মুনাফিকসকলে মিছা অপবাদ প্ৰচাৰ কৰি মুছলিম সমাজৰ বিশ্বস্থ কেন্দ্ৰক বিনষ্ট কৰাৰ সদায় প্ৰয়াস কৰে। info

• المنافقون قد يستدرجون بعض المؤمنين لمشاركتهم في أعمالهم.
মুনাফিকসকলে কেতিয়াবা মুমিনসকলৰ কিছুমানক নিজৰ নিকৃষ্ট কৰ্ম-কাণ্ডত ফচাবলৈ সফল হয়। info

• تكريم أم المؤمنين عائشة رضي الله عنها بتبرئتها من فوق سبع سماوات.
উম্মুল মুমিনীন আইশ্বা ৰাদ্বিয়াল্লাহু আনহাক সপ্তম আকাশৰ ওপৰৰ পৰা তেওঁৰ দোষমুক্তৰ ঘোষণাই তেওঁক সন্মানিত কৰিছে। info

• ضرورة التثبت تجاه الشائعات.
সমাজত যধে-মধে প্ৰচাৰিত সংবাদৰ সত্যতা নিৰূপণ কৰাটো অতি আৱশ্যক। info