የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
96 : 23

اِدْفَعْ بِالَّتِیْ هِیَ اَحْسَنُ السَّیِّئَةَ ؕ— نَحْنُ اَعْلَمُ بِمَا یَصِفُوْنَ ۟

হে ৰাছুল! যিয়ে আপোনাৰ লগত বেয়া ব্যৱহাৰ কৰিব, আপুনি তাৰ লগত ভাল ব্যৱহাৰ কৰক। অৰ্থাৎ তাৰ এই দুৰ্ব্যৱহাৰ ক্ষমা কৰি দিয়ক আৰু তাৰ ফালৰ পৰা পোৱা কষ্টত ধৈৰ্য্য ধাৰণ কৰক। আমি সিহঁতৰ শ্বিৰ্ক আৰু অস্বীকাৰ সম্পৰ্কে ভালদৰেই অৱগত। তথা আপোনাক যিবোৰ অনোপযুক্ত বিশেষণেৰে বিভূষিত কৰে, সেইবোৰৰ বিষয়েও আমি ভালদৰেই জানো, যেনেঃ যাদুকৰ, উন্মাদ ইত্যাদি। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الاستدلال باستقرار نظام الكون على وحدانية الله.
বিশ্বজগতৰ শৃঙ্খলাবদ্ধ পৰিচালনাই আল্লাহৰ একত্ব প্ৰমাণ কৰে (অৰ্থাৎ তেওঁ একক, অদ্বিতীয়)। info

• إحاطة علم الله بكل شيء.
আল্লাহৰ জ্ঞানে সকলো বস্তুকে পৰিবেষ্টন কৰি আছে। info

• معاملة المسيء بالإحسان أدب إسلامي رفيع له تأثيره البالغ في الخصم.
দুৰ্ব্যৱহাৰকাৰী ব্যক্তিৰ লগত ভাল ব্যৱহাৰ কৰাটো হৈছে ইছলামৰ সুউচ্চ শিষ্টাচাৰৰ এটা অংশ, সন্মুখৰ ব্যক্তিৰ ওপৰত এনেকুৱা ব্যৱহাৰে ভাল প্ৰভাৱ পেলায়। info

• ضرورة الاستعاذة بالله من وساوس الشيطان وإغراءاته.
চয়তানৰ কুমন্ত্ৰণা আৰু প্ৰৰোচনাৰ পৰা ৰক্ষা পাবলৈ আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰা অত্যান্ত প্ৰয়োজন। info