የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
62 : 22

ذٰلِكَ بِاَنَّ اللّٰهَ هُوَ الْحَقُّ وَاَنَّ مَا یَدْعُوْنَ مِنْ دُوْنِهٖ هُوَ الْبَاطِلُ وَاَنَّ اللّٰهَ هُوَ الْعَلِیُّ الْكَبِیْرُ ۟

ৰাতিক দিনৰ জৰিয়তে আৰু দিনক ৰাতিৰ জৰিয়তে আচ্ছাদিত কৰাৰ এই ধাৰাবাহিকতা এইকাৰণে যাতে এইটো প্ৰমাণিত হয় যে, আল্লাহেই সত্য, তেওঁৰ দ্বীন সত্য, তেওঁৰ প্ৰতিশ্ৰুতি সত্য, মুমিনসকলৰ প্ৰতি তেওঁৰ সহায়তা সত্য, কিন্তু মুশ্বৰিকসকলে আল্লাহৰ বাহিৰে যিবোৰ মূৰ্তিৰ উপাসনা কৰে সেই সকলোবোৰ অসত্য। সেইবোৰৰ কোনো ভিত্তি নাই। নিশ্চয় আল্লাহ সত্ত্বাগতভাৱে, সন্মান আৰু শক্তি সামৰ্থৰ ফালেৰে মখলুকতকৈ অতি উচ্চ। তেওঁ সুমহান, গৌৰৱ-গৰিমা, আত্মাভিমান, প্ৰতাপ আদি কেৱল তেওঁৰ বাবেই উপযুক্ত। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• مكانة الهجرة في الإسلام وبيان فضلها.
ইছলামত হিজৰতৰ মহত্ব আৰু ইয়াৰ শ্ৰেষ্ঠতা। info

• جواز العقاب بالمثل.
প্ৰতিশোধ গ্ৰহণ কৰাৰ প্ৰমাণ। info

• نصر الله للمُعْتَدَى عليه يكون في الدنيا أو الآخرة.
নিৰ্যাতিত ব্যক্তিক আল্লাহে পৃথিৱী অথবা আখিৰাতত নিশ্চয় সহায় কৰিব। info

• إثبات الصفات العُلَا لله بما يليق بجلاله؛ كالعلم والسمع والبصر والعلو.
জ্ঞান, শ্ৰৱণ, দৃষ্টি আৰু সুউচ্চ আদি বৈশিষ্ট্য আল্লাহৰ আছে বুলি প্ৰমাণ পোৱা গ'ল। সকলো প্ৰকাৰ উচ্চ বৈশিষ্ট্যসমূহ একমাত্ৰ আল্লাহৰ বাবেই, তেওঁৰ ক্ষেত্ৰত সেইদৰেই প্ৰযোজ্য, যিদৰে তেওঁৰ বাবে উপযুক্ত। info