የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
44 : 22

وَّاَصْحٰبُ مَدْیَنَ ۚ— وَكُذِّبَ مُوْسٰی فَاَمْلَیْتُ لِلْكٰفِرِیْنَ ثُمَّ اَخَذْتُهُمْ ۚ— فَكَیْفَ كَانَ نَكِیْرِ ۟

মাদিয়ানৰ অধিবাসীসকলে শ্বুআইব আলাইহিচ্ছালামক অস্বীকাৰ কৰিছিল, ইপিনে ফিৰআউন আৰু তাৰ সম্প্ৰদায়ে মূছা আলাইহিচ্ছালামক অস্বীকাৰ কৰিছিল। এতেকে ময়ো সিহঁতক অৱকাশ প্ৰদান কৰি সিহঁতৰ শাস্তিক পিছুৱাই দিছিলোঁ। তাৰ পিছত শাস্তিয়ে সিহঁতক গ্ৰাস কৰিছিল। এতেকে ভাৱি চাওক, সিহঁতৰ প্ৰতি মোৰ কৰায়ত্ত কেনেকুৱা আছিল? সিহঁতৰ কুফৰীৰ কাৰণে মই সিহঁতক ধ্বংস কৰিছিলোঁ। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• إثبات صفتي القوة والعزة لله.
শক্তি আৰু সন্মান, আল্লাহৰ এই দুটা বৈশিষ্ট্যৰ প্ৰমাণ পোৱা গ’ল। info

• إثبات مشروعية الجهاد؛ للحفاظ على مواطن العبادة.
ইবাদতৰ স্থানক সুৰক্ষা প্ৰদান কৰিবলৈ যুদ্ধ কৰাৰ প্ৰমাণ। info

• إقامة الدين سبب لنصر الله لعبيده المؤمنين.
নিয়মিতভাৱে ধৰ্ম পালন কৰিলে আল্লাহে তেওঁৰ মুমিন বান্দাসকলক সহায় কৰে। info

• عمى القلوب مانع من الاعتبار بآيات الله.
অন্তৰৰ অন্ধতাই আল্লাহৰ আয়াতসমূহৰ পৰা শিক্ষা গ্ৰহণ কৰাত বাধা প্ৰদান কৰে। info