የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
34 : 22

وَلِكُلِّ اُمَّةٍ جَعَلْنَا مَنْسَكًا لِّیَذْكُرُوا اسْمَ اللّٰهِ عَلٰی مَا رَزَقَهُمْ مِّنْ بَهِیْمَةِ الْاَنْعَامِ ؕ— فَاِلٰهُكُمْ اِلٰهٌ وَّاحِدٌ فَلَهٗۤ اَسْلِمُوْا ؕ— وَبَشِّرِ الْمُخْبِتِیْنَ ۟ۙ

অতিবাহিত হোৱা সকলো সম্প্ৰদায়ৰ বাবে আল্লাহৰ নৈকট্য অৱলম্বন কৰিবলৈ তেজ প্ৰবাহিত কৰাৰ পদ্ধতি নিৰ্ধাৰণ কৰি দিছিলোঁ। যাতে তেওঁলোকে নৈকট্য অৱলম্বন কৰিবলৈ জবেহ কৰাৰ সময়ত আল্লাহৰ নাম লয়। তথা তেওঁলোকে যাতে আল্লাহৰ কৃতজ্ঞতা জ্ঞাপন কৰে, কিয়নো তেৱেঁই তেওঁলোকক উট, গৰু আৰু ছাগলী আদি প্ৰদান কৰিছে। হে মানৱজাতি! তোমালোকৰ সত্য উপাস্য কেৱল এজনেই, তেওঁৰ কোনো অংশীদাৰ নাই। গতিকে তেওঁৰ ওচৰত নত স্বীকাৰ কৰি তেওঁৰ আনুগত্য কৰা। হে ৰাছুল! নিজ প্ৰতিপালকক ভয় কৰা লোকসকলক আৰু নিৰ্ভেজালভাৱে তেওঁৰ ইবাদত কৰা লোকসকলক এনেকুৱা সুসংবাদ দিয়ক যাতে তেওঁলোকে আনন্দিত হৈ যায়। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• ضَرْب المثل لتقريب الصور المعنوية بجعلها في ثوب حسي، مقصد تربوي عظيم.
অদৃশ্য বস্তু এটাক উদাহৰণৰ জৰিয়তে বুজাই দিয়াটো হৈছে প্ৰশিক্ষণৰ গুৰুত্বপূৰ্ণ উদ্দেশ্য। info

• فضل التواضع.
বিনম্ৰতাৰ মহত্ব তথা শ্ৰেষ্ঠতা। info

• الإحسان سبب للسعادة.
পৰোপকাৰ হৈছে কল্যাণ অৰ্জনৰ উপায়। info

• الإيمان سبب لدفاع الله عن العبد ورعايته له.
ঈমানৰ কাৰণে আল্লাহে বান্দাক সুৰক্ষা প্ৰদান কৰে তথা তাৰ চোৱা-চিতা কৰে। info