የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
3 : 22

وَمِنَ النَّاسِ مَنْ یُّجَادِلُ فِی اللّٰهِ بِغَیْرِ عِلْمٍ وَّیَتَّبِعُ كُلَّ شَیْطٰنٍ مَّرِیْدٍ ۟ۙ

কিছুমান মানুহ এনেকুৱাও আছে, যিসকলে মৃত ব্যক্তিক জীৱিত কৰা সম্পৰ্কীয় আল্লাহৰ ক্ষমতাৰ বিষয়ে বাদানুবাদ কৰে, যদিও এই সম্পৰ্কে সিহঁতৰ ওচৰত কোনো জ্ঞানেই নাই, যাৰ ওপৰত সিহঁতে নিৰ্ভৰ কৰিব। সিহঁতে নিজৰ আস্থা, আৰু দাবীৰ ক্ষেত্ৰত এনেকুৱা চয়তান আৰু পথভ্ৰষ্ট লোকৰ অনুসৰণ কৰে, যিসকল নিজেই প্ৰতিপালকৰ বিদ্ৰোহী। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• وجوب الاستعداد ليوم القيامة بزاد التقوى.
কিয়ামত দিৱসৰ বাবে তাক্বৱাৰ সম্বল প্ৰস্তুত কৰা অত্যন্ত জৰুৰী। info

• شدة أهوال القيامة حيث تنسى المرضعة طفلها وتسقط الحامل حملها وتذهب عقول الناس.
কিয়ামত দিৱসৰ পৰিস্থিতি ইমান ভয়াৱহ হ'ব যে,সেইদিনা পিয়াহ খুউৱা তিৰোতাই নিজৰ কেঁচুৱাক পাহৰি যাব,আৰু গৰ্ভৱতীয়ে ভয়তে নিজৰ গৰ্ভপাত কৰিব আৰু মানুহে নিচাগ্ৰস্ত ব্যক্তিৰ দৰে বিবেক-বুদ্ধি হেৰুৱাই পেলাব। info

• التدرج في الخلق سُنَّة إلهية.
পৰ্যায়ক্ৰমে সৃষ্টি কৰাটো আল্লাহৰ সাধাৰণ নিয়ম। info

• دلالة الخلق الأول على إمكان البعث.
প্ৰথমবাৰ সৃষ্টি কৰাটোৱে প্ৰমাণ কৰে যে, তেওঁ পুনৰ সৃষ্টি কৰিবলৈ সক্ষম info

• ظاهرة المطر وما يتبعها من إنبات الأرض دليل ملموس على بعث الأموات.
আকাশৰ পৰা পানী বৰ্ষণ কৰি উদ্ভিদ আদিৰে পৃথিৱীক সেউজীয়া কৰাটো, মৃত ব্যক্তিক পুনৰুত্থিত কৰাৰ স্পষ্ট প্ৰমাণ। info