የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
86 : 21

وَاَدْخَلْنٰهُمْ فِیْ رَحْمَتِنَا ؕ— اِنَّهُمْ مِّنَ الصّٰلِحِیْنَ ۟

আমি তেওঁলোকক আমাৰ দয়াত প্ৰৱেশ কৰাইছিলোঁ আৰু তেওঁলোকক নবী বনাইছিলোঁ। তথা জান্নাতৰ অধিবাসী বনাইছোঁ। নিশ্চয় তেওঁলোক আছিল আল্লাহৰ সদাচাৰী বান্দা। তেওঁলোকে নিজ প্ৰতিপালকৰ আনুগত্য কৰিছিল, লগতে তেওঁলোকৰ বাহ্যিক-আভ্যন্তৰীণ সকলো নেক আছিল। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الصلاح سبب للرحمة.
সৎকৰ্ম হৈছে আল্লাহৰ ৰহমত লাভ কৰাৰ অন্যতম উপায়। info

• الالتجاء إلى الله وسيلة لكشف الكروب.
আল্লাহৰ ওচৰত প্ৰাৰ্থনা কৰিলে বিপদ-আপদ দূৰ হয়। info

• فضل طلب الولد الصالح ليبقى بعد الإنسان إذا مات.
নেক সন্তানৰ প্ৰাৰ্থনাৰ গুৰুত্ব, যাতে মানুহজন মৃত্যুবৰণ কৰিলেও দুআ কৰিবলৈ তেওঁৰ সন্তান বাকী থাকে। info

• الإقرار بالذنب، والشعور بالاضطرار لله وشكوى الحال له، وطاعة الله في الرخاء من أسباب إجابة الدعاء وكشف الضر.
গুনাহ স্বীকাৰ কৰিলে, আল্লাহৰ সন্মুখত নিজৰ বিৱশতা প্ৰকাশ কৰিলে, কেৱল তেওঁৰ ওচৰতেই দুআ কৰিলে, তথা সুখ-শান্তিৰ সময়ত আল্লাহক স্মৰণ কৰিলে দুআ কবূল হয়, লগতে বিপদ-আপদৰ পৰা ৰক্ষা পোৱা যায়। info