የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
40 : 21

بَلْ تَاْتِیْهِمْ بَغْتَةً فَتَبْهَتُهُمْ فَلَا یَسْتَطِیْعُوْنَ رَدَّهَا وَلَا هُمْ یُنْظَرُوْنَ ۟

এই জুই, যিটোৰ জৰিয়তে সিহঁতক শাস্তি প্ৰদান কৰা হ’ব, এনেকৈ হঠাৎ আগমন কৰিব যে, সিহঁতে উপলব্ধিও কৰিব নোৱাৰিব। সিহঁতে সেই শাস্তিক প্ৰতিৰোধও কৰিব নোৱাৰিব, আৰু ইমানখিনিও সুযোগ নাপাব যে, তাওবা কৰি লব তথা আল্লাহৰ দয়াৰ উপযুক্ত হ’ব। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• بيان كفر من يستهزئ بالرسول، سواء بالقول أو الفعل أو الإشارة.
এই কথাৰ বৰ্ণনা যে, ৰাছুলৰ লগত উপহাস কৰা ব্যক্তি হৈছে কাফিৰ, সেই উপহাস কথাৰ জৰিয়তেই হওঁক অথবা কৰ্মৰ জৰিয়তে নাইবা ইংগিতেৰে। info

• من طبع الإنسان الاستعجال، والأناة خلق فاضل.
মানুহ স্বভাৱগতভাৱে ক্ষীপ্ৰতাপ্ৰিয়। আনহাতে ধৈৰ্য্য ধাৰণ কৰাটো হৈছে এটা উত্তম বৈশিষ্ট্য। info

• لا يحفظ من عذاب الله إلا الله.
আল্লাহৰ শাস্তিৰ পৰা আল্লাহৰ বাহিৰে আন কোনেও ৰক্ষা কৰিব নোৱাৰে। info

• مآل الباطل الزوال، ومآل الحق البقاء.
অসত্য ধ্বংস হোৱাটো অনিবাৰ্য, বাকী থাকিব কেৱল সত্য। info