የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
8 : 2

وَمِنَ النَّاسِ مَنْ یَّقُوْلُ اٰمَنَّا بِاللّٰهِ وَبِالْیَوْمِ الْاٰخِرِ وَمَا هُمْ بِمُؤْمِنِیْنَ ۟ۘ

মানুহৰ ভিতৰত এনেকুৱা এটা দল আছে যিসকলে নিজকে মুমিন বুলি দাবী কৰে। প্ৰকৃততে প্ৰাণ আৰু সম্পদৰ ভয়ত কেৱল এইটো মৌখিক দাবী মাত্ৰ। দৰাচলতে আভ্যন্তৰীণভাৱে সিহঁত কাফিৰ। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• أن من طبع الله على قلوبهم بسبب عنادهم وتكذيبهم لا تنفع معهم الآيات وإن عظمت.
যিসকলৰ অন্তৰত অবাধ্যতা আৰু অস্বীকাৰ কৰাৰ ফলত মোহৰ মাৰি দিয়া হৈছে. সিহঁতৰ বাবে ডাঙৰতকৈ ডাঙৰ নিদৰ্শনো কোনো উপকাৰত নাহে। info

• أن إمهال الله تعالى للظالمين المكذبين لم يكن عن غفلة أو عجز عنهم، بل ليزدادوا إثمًا، فتكون عقوبتهم أعظم.
আল্লাহৰ তৰফৰ পৰা অন্যায়কাৰী মিছলীয়াসকলৰ প্ৰতি যিটো শিথিলতা সেয়া অৱহেলা বা অপাৰগৰ বাবে নহয় বৰং এই কাৰণে যে, যাতে সিহঁতৰ গুনাহ আৰু বৃদ্ধি হয় ফলত সিহঁতে অধিক শাস্তিৰ সন্মুখীন হব। info