የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
48 : 2

وَاتَّقُوْا یَوْمًا لَّا تَجْزِیْ نَفْسٌ عَنْ نَّفْسٍ شَیْـًٔا وَّلَا یُقْبَلُ مِنْهَا شَفَاعَةٌ وَّلَا یُؤْخَذُ مِنْهَا عَدْلٌ وَّلَا هُمْ یُنْصَرُوْنَ ۟

আদেশসমূহ পালন কৰি আৰু নিষেধকৃত বস্তুৰ পৰা বিৰত থাকি ক্বিয়ামতৰ শাস্তিৰ পৰা নিজকে ৰক্ষা কৰা। সেইদিনা কোনেও কাৰো কামত নাহিব আৰু আল্লাহৰ আদেশ নোহোৱাকৈ বিপদমুক্ত কৰিবলৈ অথবা সফলতা লভিবলৈ কোনো মধ্যস্ততা স্বীকাৰ কৰা নহব, লগতে মুক্তিপণও গ্ৰহণ কৰা নহব। যদিও পৃথিৱীৰ সমান সোণ নহওক কিয়। সেইদিনা তাৰ কোনো সহায়ক নাথাকিব। এতেকে যেতিয়া কোনো মধ্যস্ততা অথবা মুক্তিপণ বা কোনো সহায়ক কোনো উপকাৰত নাহিব তেনে অৱস্থাত পলায়ন কৰি যাবনো ক’ত? info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• من أعظم الخذلان أن يأمر الإنسان غيره بالبر، وينسى نفسه.
ডাঙৰ ব্যৰ্থতা এইটো যে, মানুহে আনক সত্কৰ্মৰ আদেশ দিয়ে আৰু নিজকে পাহৰি যায়। info

• الصبر والصلاة من أعظم ما يعين العبد في شؤونه كلها.
ধৈৰ্য আৰু ছালাতে বান্দাৰ সকলো কৰ্মতে বৰ সহায় কৰে। info

• في يوم القيامة لا يَدْفَعُ العذابَ عن المرء الشفعاءُ ولا الفداءُ، ولا ينفعه إلا عمله الصالح.
ক্বিয়ামতৰ দিনা মানুহে মধ্যস্ততাকাৰী আৰু মুক্তিপণৰ দ্বাৰা শাস্তিৰ পৰা মুক্তি লাভ কৰিব নোৱাৰে, আৰু সত্কৰ্মৰ বাহিৰে আন একোৱেই উপকৃত কৰিব নোৱাৰে। info