የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
44 : 2

اَتَاْمُرُوْنَ النَّاسَ بِالْبِرِّ وَتَنْسَوْنَ اَنْفُسَكُمْ وَاَنْتُمْ تَتْلُوْنَ الْكِتٰبَ ؕ— اَفَلَا تَعْقِلُوْنَ ۟

কিমান বেয়া কথা যে, তোমালোকে আনক ঈমান আৰু সত্কৰ্মৰ আদেশ দিয়া কিন্তু নিজকে পাহৰি যোৱা তথা মুখ ঘূৰাই লোৱা। অথচ তোমালোকে নিজেই তাওৰাত অধ্যয়ন কৰা। তাত থকা আল্লাহৰ দ্বীনৰ অনুসৰণ আৰু ৰাছুলসকলক স্বীকাৰ কৰাৰ বিষয়টোও তোমালোকে জানা। তোমালোকে নিজৰ বিবেক-বুদ্ধিৰে কাম নোলোৱা নেকি? info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• من أعظم الخذلان أن يأمر الإنسان غيره بالبر، وينسى نفسه.
ডাঙৰ ব্যৰ্থতা এইটো যে, মানুহে আনক সত্কৰ্মৰ আদেশ দিয়ে আৰু নিজকে পাহৰি যায়। info

• الصبر والصلاة من أعظم ما يعين العبد في شؤونه كلها.
ধৈৰ্য আৰু ছালাতে বান্দাৰ সকলো কৰ্মতে বৰ সহায় কৰে। info

• في يوم القيامة لا يَدْفَعُ العذابَ عن المرء الشفعاءُ ولا الفداءُ، ولا ينفعه إلا عمله الصالح.
ক্বিয়ামতৰ দিনা মানুহে মধ্যস্ততাকাৰী আৰু মুক্তিপণৰ দ্বাৰা শাস্তিৰ পৰা মুক্তি লাভ কৰিব নোৱাৰে, আৰু সত্কৰ্মৰ বাহিৰে আন একোৱেই উপকৃত কৰিব নোৱাৰে। info