የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
279 : 2

فَاِنْ لَّمْ تَفْعَلُوْا فَاْذَنُوْا بِحَرْبٍ مِّنَ اللّٰهِ وَرَسُوْلِهٖ ۚ— وَاِنْ تُبْتُمْ فَلَكُمْ رُءُوْسُ اَمْوَالِكُمْ ۚ— لَا تَظْلِمُوْنَ وَلَا تُظْلَمُوْنَ ۟

যদি তোমালোকে এইটো নকৰা যিটো তোমালোকক আদেশ দিয়া হৈছে, তেন্তে জানি থোৱা যে, তোমালোকে আল্লাহ আৰু তেওঁৰ ৰাছুলৰ লগত যুদ্ধ কৰিব বিচৰা। আনহাতে যদি তোমালোকে তাওবা কৰা আৰু সুত এৰি দিয়া তেন্তে তোমালোকে ঋণ দিয়া মূল ধন ঘূৰাই লোৱাত কোনো অসুবিধা নাই। মূল ধনতকৈ অধিক লৈ কাৰো অন্যায় নকৰিবা আনহাতে মূল ধনত হ্ৰাস কৰি তোমাৰ অন্যায় কৰা নহ'ব। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• من أعظم الكبائر أكل الربا، ولهذا توعد الله تعالى آكله بالحرب وبالمحق في الدنيا والتخبط في الآخرة.
ডাঙৰ গুনাহৰ এটা অন্যতম গুনাহ হৈছে সুতৰ লেনদেন। সেয়ে আল্লাহে সুত খোৱা ব্যক্তিৰ লগত যুদ্ধ তথা পৃথিৱীত আৰ্থিক বিনাশ আৰু আখিৰাতত বলীয়া হ'ব বুলি সতৰ্ক কৰিছে। info

• الالتزام بأحكام الشرع في المعاملات المالية ينزل البركة والنماء فيها.
আৰ্থিক বিষয়ত চৰীয়তৰ আদেশ পালন কৰিলে ধন-সম্পত্তিত বৰকত হয়। info

• فضل الصبر على المعسر، والتخفيف عنه بالتصدق عليه ببعض الدَّين أو كله.
আৰ্থিকভাৱে অচল ব্যক্তিক ঋণ পৰিশোধ কৰাৰ দাবীৰ ক্ষেত্ৰত ধৈৰ্য ধৰিবলৈ কোৱা হৈছে লগতে সম্পূৰ্ণ ঋণ অথবা আংশিক ঋণ ক্ষমা কৰি দিয়াৰ ফজিলত বৰ্ণনা কৰা হৈছে। info