የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
10 : 19

قَالَ رَبِّ اجْعَلْ لِّیْۤ اٰیَةً ؕ— قَالَ اٰیَتُكَ اَلَّا تُكَلِّمَ النَّاسَ ثَلٰثَ لَیَالٍ سَوِیًّا ۟

যাকাৰিয়্যা আলাইহিচ্ছালামে ক'লেঃ হে মোৰ প্ৰতিপালক! মোৰ বাবে কিবা এটা সংকেত নিৰ্ধাৰণ কৰি দিয়া, যাতে মোৰ অন্তৰে সন্তুষ্টি লাভ কৰে সেই বিষয়টো অৰ্জন কৰিবলৈ যিটো তুমি ফিৰিস্তাসকলৰ দ্বাৰা সুসংবাদ দিছা। আল্লাহে ক'লেঃ আপোনাক যিটো সুসংবাদ দিয়া হৈছে, সেইটো লাভ কৰাৰ সংকেত হৈছে এই যে, আপুনি তিনিদিনলৈকে মানুহৰ লগত কথা ক'ব নোৱাৰিব, অথচ আপোনাৰ কোনো অসুখ নাথাকিব তথা আপুনি সম্পূৰ্ণ সুস্থ থাকিব। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• الضعف والعجز من أحب وسائل التوسل إلى الله؛ لأنه يدل على التَّبَرُّؤِ من الحول والقوة، وتعلق القلب بحول الله وقوته.
শিৰ নত কৰা আৰু বিনীত হোৱাটো আল্লাহৰ নৈকট্য অৱলম্বন কৰাৰ এটা প্ৰিয় মাধ্যম। কিয়নো এইটোৱে প্ৰমাণ কৰে যে, মানুহৰ ওচৰত কোনো শক্তি সামৰ্থ নাই। অন্তৰৰ সম্পৰ্ক আল্লাহৰ শক্তি সামৰ্থৰ লগত জৰিত। info

• يستحب للمرء أن يذكر في دعائه نعم الله تعالى عليه، وما يليق بالخضوع.
মানুহে দুআ কৰাৰ সময়ত আল্লাহে প্ৰদান কৰা নিয়ামতসমূহ উল্লেখ কৰা উচিত তথা বিনয়ী ভাৱ প্ৰকাশ কৰা উচিত। info

• الحرص على مصلحة الدين وتقديمها على بقية المصالح.
ধাৰ্মিক হিতসমূহ ৰক্ষা কৰা আৰু আন আন হিতৰ ওপৰত ইয়াক প্ৰাধান্য দিয়া উচিত। info

• تستحب الأسماء ذات المعاني الطيبة.
উত্তম অৰ্থবিশিষ্ট নাম ৰখা মুস্তাহাব। info