የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
105 : 18

اُولٰٓىِٕكَ الَّذِیْنَ كَفَرُوْا بِاٰیٰتِ رَبِّهِمْ وَلِقَآىِٕهٖ فَحَبِطَتْ اَعْمَالُهُمْ فَلَا نُقِیْمُ لَهُمْ یَوْمَ الْقِیٰمَةِ وَزْنًا ۟

এইসকল লোকেই নিজ প্ৰতিপালকৰ সেইসমূহ আয়াত অস্বীকাৰ কৰিছিল যিবোৰ আয়াত আল্লাহৰ তাওহীদৰ প্ৰমাণবহন কৰে। লগতে সিহঁতে আল্লাহৰ সাক্ষাতক অস্বীকাৰ কৰিছিল। এই অস্বীকাৰৰ ফলতেই সিহঁতৰ সকলো আমল বাতিল হৈছে। সেয়ে কিয়ামতৰ দিনা আল্লাহৰ ওচৰত সিহঁতৰ কোনো মৰ্যাদা নাই। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• إثبات البعث والحشر بجمع الجن والإنس في ساحات القيامة بالنفخة الثانية في الصور.
দ্বিতীয় বাৰ শিঙাত ফুঁ দিয়াৰ পিছত মানৱ আৰু জিন জাতিক পুনৰুত্থিত কৰি কিয়ামতৰ ময়দানত একত্ৰিত কৰাৰ প্ৰমাণ পোৱা গ'ল। info

• أن أشد الناس خسارة يوم القيامة هم الذين ضل سعيهم في الدنيا، وهم يظنون أنهم يحسنون صنعًا في عبادة من سوى الله.
কিয়ামতৰ দিনা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত লোক হব সেইসকল, যিসকলৰ পৃথিৱীত কৰা গোটেই আমল অথলে গৈছে। যদিও সিহঁতে ধাৰণা কৰিছিল যে, আল্লাহৰ বাহিৰে সিহঁতে আনৰ উপাসনা কৰি ভাল কাম কৰি আছে। info

• لا يمكن حصر كلمات الله تعالى وعلمه وحكمته وأسراره، ولو كانت البحار والمحيطات وأمثالها دون تحديد حبرًا يكتب به.
আল্লাহৰ মহান বাণী, তেওঁৰ জ্ঞান, তেওঁৰ হিকমত আৰু ৰহস্যবোৰ লিখি শেষ কৰা সম্ভৱ নহয়। যদিও সেইবোৰ লিখিবলৈ সাগৰ তথা মহাসাগৰবোৰক চিয়াঁহী বনোৱা নহওক কিয়। info