የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
4 : 12

اِذْ قَالَ یُوْسُفُ لِاَبِیْهِ یٰۤاَبَتِ اِنِّیْ رَاَیْتُ اَحَدَ عَشَرَ كَوْكَبًا وَّالشَّمْسَ وَالْقَمَرَ رَاَیْتُهُمْ لِیْ سٰجِدِیْنَ ۟

হে ৰাছুল! আমি আপোনাক সংবাদ দিওঁ যে, ইউছুফে যেতিয়া তেওঁৰ পিতৃ ইয়াকূবক কৈছিলঃ হে মোৰ পিতৃ! মই সপোনত দেখিছো এঘাৰ টা তৰা, লগতে সূৰ্য আৰু চন্দ্ৰ আটায়ে মোক ছাজদা কৰি আছে। এই সপোনটো আছিল ইউছুফ আলাইহিছ ছালামৰ বাবে আগতীয়া সুসংবাদ। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• بيان الحكمة من القصص القرآني، وهي تثبيت قلب النبي صلى الله عليه وسلم وموعظة المؤمنين.
কোৰআনত বৰ্ণিত ঘটনাৱলীৰ ৰহস্যৰ বৰ্ণনা। ইয়াৰ উদ্দেশ্য হৈছে, ইয়াৰ দ্বাৰা নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ অন্তৰ দৃঢ় কৰা আৰু মুমিনসকলক উপদেশ দিয়া। info

• انفراد الله تعالى بعلم الغيب لا يشركه فيه أحد.
অদৃশ্যৰ জ্ঞান একমাত্ৰ আল্লাহৰ ওচৰত, এই ক্ষেত্ৰত তেওঁৰ কোনো অংশীদাৰ নাই। info

• الحكمة من نزول القرآن عربيًّا أن يعقله العرب؛ ليبلغوه إلى غيرهم.
আৰবী ভাষাত কোৰআন অৱতীৰ্ণ হোৱাৰ উদ্দেশ্য হৈছে যাতে আৰববাসীয়ে কোৰআন বুজি পায়, লগতে আন আন লোকসকললৈ পৌঁচাই দিয়ে। info

• اشتمال القرآن على أحسن القصص.
উত্তম কাহিনীৰে কোৰআন গঠিত। info