የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
35 : 12

ثُمَّ بَدَا لَهُمْ مِّنْ بَعْدِ مَا رَاَوُا الْاٰیٰتِ لَیَسْجُنُنَّهٗ حَتّٰی حِیْنٍ ۟۠

আজিজ আৰু তেওঁৰ সম্প্ৰদায়ৰ লোকসকলে যেতিয়া ইউছুফক দোষমুক্ত দেখা পালে, তেতিয়া তেওঁলোকে সিদ্ধান্ত গ্ৰহণ কৰিলে যে, তেওঁক অনিৰ্দিষ্ট কাললৈকে কাৰাগাৰত আৱদ্ধ কৰি থোৱা হওঁক। (যাতে সেই ঘটনা সংঘটিত নহয়, যাৰ বাবে তেওঁ লাঞ্ছিত হ'ব লাগিব)। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• بيان جمال يوسف عليه السلام الذي كان سبب افتتان النساء به.
ইউছুফ আলাইহিছ ছালামৰ সৌন্দৰ্যৰ বৰ্ণনা, যাৰ ফলত চহৰৰ নাৰীসকল তেওঁৰ প্ৰতি আকৰ্ষিত হৈছিল। info

• إيثار يوسف عليه السلام السجن على معصية الله.
ইউছুফ আলাইহিছ ছালামে আল্লাহৰ অবাধ্যতাৰ বিপৰীতে কাৰাগাৰক প্ৰাধান্য দিয়াৰ বৰ্ণনা। info

• من تدبير الله ليوسف عليه السلام ولطفه به تعليمه تأويل الرؤى وجعلها سببًا لخروجه من بلاء السجن.
ইউছুফৰ প্ৰতি আল্লাহৰ বিশেষ সুবিধা প্ৰদান তথা কৃপা এই যে, তেওঁ ইউছুফক সপোনৰ ব্যাখ্যা শিকাইছিল, লগতে ইয়াক কাৰাগাৰৰ পৰা মুক্তিৰ উপায় বনাই দিছিল। info