የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

external-link copy
34 : 12

فَاسْتَجَابَ لَهٗ رَبُّهٗ فَصَرَفَ عَنْهُ كَیْدَهُنَّ ؕ— اِنَّهٗ هُوَ السَّمِیْعُ الْعَلِیْمُ ۟

ফলত আল্লাহে তেওঁৰ প্ৰাৰ্থনা কবূল কৰিলে আৰু তেওঁক আজিজৰ পত্নীৰ কূটকৌশল আৰু চহৰৰ নাৰীসকলৰ চক্ৰান্তৰ পৰা ৰক্ষা কৰিলে। নিশ্চয় আল্লাহ পৱিত্ৰ আৰু সুউচ্চ, তেওঁ ইউছুফ তথা প্ৰত্যেক প্ৰাৰ্থনাকাৰীৰ প্ৰাৰ্থনা শ্ৰৱণকাৰী, তেওঁ ইউছুফৰ তথা আন আন লোকৰ অৱস্থা সম্পৰ্কে সৰ্বজ্ঞ। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• بيان جمال يوسف عليه السلام الذي كان سبب افتتان النساء به.
ইউছুফ আলাইহিছ ছালামৰ সৌন্দৰ্যৰ বৰ্ণনা, যাৰ ফলত চহৰৰ নাৰীসকল তেওঁৰ প্ৰতি আকৰ্ষিত হৈছিল। info

• إيثار يوسف عليه السلام السجن على معصية الله.
ইউছুফ আলাইহিছ ছালামে আল্লাহৰ অবাধ্যতাৰ বিপৰীতে কাৰাগাৰক প্ৰাধান্য দিয়াৰ বৰ্ণনা। info

• من تدبير الله ليوسف عليه السلام ولطفه به تعليمه تأويل الرؤى وجعلها سببًا لخروجه من بلاء السجن.
ইউছুফৰ প্ৰতি আল্লাহৰ বিশেষ সুবিধা প্ৰদান তথা কৃপা এই যে, তেওঁ ইউছুফক সপোনৰ ব্যাখ্যা শিকাইছিল, লগতে ইয়াক কাৰাগাৰৰ পৰা মুক্তিৰ উপায় বনাই দিছিল। info