የቅዱስ ቁርዓን ይዘት ትርጉም - የቁርአን አጭር ማብራርያ ትርጉም በአሳሚኛ ቋንቋ

আন-নাচ

ከመዕራፉ ዓላማዎች:
الحث على الاستعاذة بالله من شر الشيطان ووسوسته.
চয়তানৰ অনিষ্ট আৰু তাৰ কুমন্ত্ৰণাৰ পৰা আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰিবলৈ উৎসাহিত কৰা হৈছে। info

external-link copy
1 : 114

قُلْ اَعُوْذُ بِرَبِّ النَّاسِ ۟ۙ

হে ৰাছুল কৈ দিয়ক, মই মানুহৰ প্ৰতিপালকক মজবুতকৈ ধৰোঁ। আৰু তেওঁৰ আশ্ৰয় বিচাৰোঁ। info
التفاسير:

external-link copy
2 : 114

مَلِكِ النَّاسِ ۟ۙ

যিয়ে সকলো মানুহৰ অধিপতি। সিহঁতক যেনেকৈ বিচাৰে প্ৰয়োগ কৰে। তেওঁৰ বাহিৰে সিহঁতৰ কোনো অধিপতি নাই। info
التفاسير:

external-link copy
3 : 114

اِلٰهِ النَّاسِ ۟ۙ

তেৱেঁই সিহঁতৰ সত্য উপাস্য। তেওঁৰ বাহিৰে সিহঁতৰ কোনো সত্য উপাস্য নাই। info
التفاسير:

external-link copy
4 : 114

مِنْ شَرِّ الْوَسْوَاسِ ۙ۬— الْخَنَّاسِ ۟ۙ

চয়তানৰ অপৰাধৰ পৰা, যেতিয়াই মানুহে আল্লাহৰ যিকিৰৰ পৰা অমনোযোগী হয় তেতিয়াই সি মানুহৰ অন্তৰত কুমন্ত্ৰণা দিয়ে। আৰু যেতিয়াই আল্লাহৰ যিকিৰ কৰিবলৈ ধৰে তেতিয়া তেওঁৰ পৰা আঁতৰি যায়। info
التفاسير:

external-link copy
5 : 114

الَّذِیْ یُوَسْوِسُ فِیْ صُدُوْرِ النَّاسِ ۟ۙ

যিয়ে মানুহৰ অন্তৰত কুভাৱনা দিয়ে। info
التفاسير:

external-link copy
6 : 114

مِنَ الْجِنَّةِ وَالنَّاسِ ۟۠

আৰু সি (চয়তান) মানুহ আৰু জীন জাতি উভয়ৰ পৰা হয়। info
التفاسير:
ከአንቀጾቹ የምንማራቸዉ ቁም ነገሮች:
• إثبات صفات الكمال لله، ونفي صفات النقص عنه.
আল্লাহ পৰিপূৰ্ণ বৈশিষ্ট্যৰ অধিকাৰী এই কথা সাব্যস্ত কৰা, আৰু তেওঁ সকলো অপূৰ্ণতাৰ পৰা পৱিত্ৰ। info

• ثبوت السحر، ووسيلة العلاج منه.
যাদুৰ বাস্তৱতা আৰু ইয়াৰ চিকিত্সাৰ পদ্ধতি। info

• علاج الوسوسة يكون بذكر الله والتعوذ من الشيطان.
চয়তানৰ কুমন্ত্ৰণাৰ চিকিত্সা হৈছে আল্লাহৰ যিকিৰ বা স্মৰণ লগতে চয়তানৰ পৰা আল্লাহৰ আশ্ৰয় প্ৰাৰ্থনা কৰা। info